NCRB নিযুক্তি ২০২২ - প্ৰধান কনিষ্টবলৰ পদখালী

ৰাষ্ট্ৰীয় অপৰাধ ৰেক’ৰ্ড ব্যুৰ’ (NCRB)-এ প্ৰধান কনিষ্টবল পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে।
NCRB নিযুক্তি ২০২২ - প্ৰধান কনিষ্টবলৰ পদখালী

এন চি আৰ বিয়ে প্ৰধান কনিষ্টবল পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে ৷ এই বিষয়ে প্ৰাৰ্থীসকলে ncrb.gov.in-ত তথ্য চাব পাৰে ৷

NCRB নিযুক্তি ২০২২ঃ

এনচিআৰবিয়ে প্ৰধান কনিষ্টবল নিযুক্তিৰ বাবে শেহতীয়াকৈ জাননী প্ৰকাশ কৰিছে ৷ এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ

পদৰ নাম

প্ৰধান কনিষ্টবল (গাড়ীচালক)

খালী পদ

০৪ টা

বয়স

৫৬ বছৰ

চাকৰিৰ অৱস্থান

নতুন দিল্লী

অন্তিম তাৰিখ

০৯-১১-২০২২

ৱেবছাইটঃ

http://ncrb.gov.in/

অৰ্হতাঃ

প্ৰাৰ্থীসকলৰ লঘু বা গধুৰ বাহন চলোৱাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে ncrb.gov.in-ৰ পৰা আবেদন জনাব পাৰে ৷

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ

সাক্ষাৎকাৰ ৷

NCRB-ৰ বিষয়েঃ

টেণ্ডন সমিতি, ৰাষ্ট্ৰীয় আৰক্ষী আয়োগ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ টাস্ক ফ'ৰ্চৰ পৰামৰ্শাৱলীসমূহৰ ভিত্তিত তদন্তকাৰী সংস্থাসমূহক তদন্তত সহায় কৰাৰ বাবে ১৯৮৬-ত NCRB প্ৰতিষ্ঠা কৰা হয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com