Begin typing your search above and press return to search.

আই আই টি গুৱাহাটীত জে আৰ এফৰ পদখালী

জে আৰ এফৰ দুটি খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে

আই আই টি গুৱাহাটীত জে আৰ এফৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2021 9:04 AM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত পদখালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক জৈৱবিজ্ঞান আৰু জৈৱঅভিযান্ত্ৰিক বিভাগত দুটি ভিন্ন প্ৰকল্প "Investigation into the estrogen receptor modulatory activities of karanjin, a furanoflavonol from Pongamia pinnata" আৰু "Analysis of genome–wide restoration of estrogen regulated gene expression network post epigenetic reactivation of ERalpha in ER–negative breast cancer cells" জে আৰ এফৰ দুটি খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'

খালী পদৰ সংখ্যা

০২

বয়স

উল্লেখিত নাই

দৰমহা

উল্লেখিত নাই

পদৰ অৱস্থান

গুৱাহাটী, অসম

অন্তিম তাৰিখ

২৪/১১/২০২১


শিক্ষাগত অৰ্হতা :

প্ৰথম বিভাগত উত্তীৰ্ণ। জীৱ বিজ্ঞান/ বয়টেকনলজী বিভাগত স্নাতকোত্তৰ উত্তীৰ্ণ। NET/ GATE অৰ্হতা। চেল কালচাৰ আৰু মলিকিউলাৰ বায়লজী টেকনিকত কৰ্ম অভিজ্ঞতা আকাংক্ষিত।

আৱেদন প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰৰ বাবে উপস্থিত হোৱাত আগ্ৰহী প্ৰাৰ্থী সকলে অনলাইন যোগে আৱেদন দাখিল কৰিব পৰিব। আৱেদন দাখিলৰ বাবে স্কেন কৰা সকলো প্ৰয়োজনীয় নথি পত্ৰ (স্বাক্ষৰ যুক্ত) ইমেইল যোগে মুখ্য নিৰীক্ষক লৈ প্ৰেৰণ কৰিব লাগিব।

ইমেইল : amul@iitg.ac.in

• বাছনি কৰা প্ৰাৰ্থী সকলক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব আৰু লগতে সাক্ষাৎকাৰ সম্বন্ধীয় অন্য তথ্যৰ বিষয়ে অৱগত কৰোৱা হ'ব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ২৯/১১)২০২১

সময় : পুৱা ১১বজাৰ পৰা।


আৰু পঢ়ক :ভাৰতীয় বায়ু সেনাত নিম্নবৰ্গৰ সহায়কসহ বিভিন্ন পদত নিযুক্তি


Next Story
চাকৰি