অসম বিশ্ববিদ্যালয়ত প্ৰকল্প বৈজ্ঞানিক/ সংবাদ-বাহকৰ পদখালী
প্ৰকল্প বৈজ্ঞানিক আৰু অন্য এগৰাকী সংবাদ বাহকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল

অসমৰ, শিলচৰ জিলাত অৱস্থিত অসম বিশ্ববিদ্যালয় অসমৰ আগ শাৰীৰ কেন্দ্ৰীয় সাৰ্বজনিক বিশ্ববিদ্যালয়। ভাৰতীয় সাংসদৰ এটি অধিনিয়মৰ অন্তৰ্গত এই অনুষ্ঠান প্ৰতিস্থাপন কৰা হৈছিল ১৯৯৪চনত। NAAC ৰ দ্বাৰা B গ্ৰেড প্ৰাপ্ত এই অনুষ্ঠানত সৰ্বমুঠ ১৬টি বিষয়ত শিক্ষাদান কৰা হয়। আৰু এই ১৬টি বিষয়ৰ অধীনত থকা সৰ্বমুঠ বিভাগ হৈছে ৪২টা।
অসম বিশ্ববিদ্যালয়, শিলচৰত পদখালী :
অসম বিশ্ববিদ্যালয়, শিলচৰত, শেহতীয়া ভাৱে জৈৱ তথ্যবিজ্ঞান বিভাগত প্ৰকল্প বৈজ্ঞানিক আৰু অন্য এগৰাকী সংবাদ বাহকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য | |
পদৰ নাম | প্ৰকল্প বৈজ্ঞানিক | সংবাদ বাহক |
পদৰ সংখ্যা | ০১ | ০১ |
বয়স | উল্লেখিত নাই | উল্লেখিত নাই |
দৰমহা | নিয়মাৱলী অনুসৰি | নিয়মাৱলী অনুসৰি |
পদৰ অৱস্থান | শিলচৰ, অসম | |
অন্তিম তাৰিখ | ২০/১২/২০২১ |
শিক্ষাগত অৰ্হতা :
পদ নাম | শিক্ষাগত অৰ্হতা |
প্ৰকল্প বৈজ্ঞানিক | ১. জৈৱ তথ্যবিজ্ঞান বিষয়ত M. Sc aru Ph. D ২. জৈৱ তথ্যবিজ্ঞান গৱেষণা গাৰিত কৰ্ম অভিজ্ঞতা |
সংবাদ বাহক | ১. দ্বাদশ উত্তীৰ্ণ ২. জৈৱ তথ্যবিজ্ঞান সম্বন্ধীয় সামগ্ৰীৰ চাফ - চিকুন আৰু ব্যৱস্থাপনাৰ কৰ্ম অভিজ্ঞতা |
আৱেদন প্ৰক্ৰিয়া :
প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে, প্ৰ. মানবেন্দ্ৰ দত্ত চৌধুৰী, নিৰ্দেশক, জৈৱ তথ্যবিজ্ঞান আৰু কম্পিউটেচনেল জীৱবিজ্ঞান কেন্দ্ৰ, কক্ষ নং ২০৫, প্ৰথম ফ্লৰ,জীৱ বিজ্ঞান চৌহদ, অসম বিশ্ববিদ্যালয়, শিলচৰ, ৭৮৮০১১ লৈ প্ৰেৰণ কৰিব লাগিব।
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ
আৰু পঢ়ক : উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত (NEIGRIHMS), পদখালী