ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমত ফটোগ্ৰাফাৰৰ পদখালী

ফটোগ্ৰাফাৰৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে
ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমত ফটোগ্ৰাফাৰৰ পদখালী
Published on

ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ বিষয়ে জানক :

ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে, অসমৰ এখন আগশাৰীৰ কলেজিয়েট পাব্লিক ষ্টেট ইউনিভাৰ্ছিটি। অসম বিধানসভাৰ, প্ৰবন্ধ অধিনিয়মৰ অন্তৰ্গত ডিব্ৰুগড় জিলাত স্থিত এই বিশ্ববিদ্যালয় স্থাপিত কৰা হৈছিল ১৯৬৪ চনত।

ডিব্ৰুগড় বিশ্ববিদ্যালয় চাকৰিৰ অধিসূচনা :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত, শেহতীয়াকৈ গীৰ্মিটিয়া ভাৱে ফটোগ্ৰাফাৰৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ নাম

প্ৰয়োজনীয় তথ্য

পদ

 ফটোগ্ৰাফাৰ

খালী পদ

 ০১

বয়স

 চৰকাৰী নিয়মাৱলী অনুসৰি

দৰমহা

 ১৪,২১০/- টকা, মাহিলী

অৱস্থান

 ডিব্ৰুগড়, অসম

আবেদনৰ অন্তিম তাৰিখ

 ০৮/১২/২০২১

আৱেদন মাছুল

১০০/- টকা

শিক্ষাগত অৰ্হতা :

চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট, লগতে স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা ফটোগ্ৰাফীত ১বছৰীয়া ডিপ্লোমা।

আকাংক্ষিত :

• শেহতীয়া কম্পিউটাৰ ছফ্টৱেৰ সমূহৰ জ্ঞান, ফটো সম্বন্ধীয় ভিন্ন জ্ঞান।

• গ্ৰাফিক ডিজাইনিংৰ জ্ঞান।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ আৰু পঞ্জিয়ক, পাঞ্জাৱ নেচনেল বেংক, ডিব্ৰুগড়, ডিব্ৰুগড় বিশ্ববিদ্যালয় (ক'ড ৯৯৪০০০) লৈ উল্লেখিত আৱেদন মাছুলৰ ৰিচিপ্ত সহ পঞ্জীয়ক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, ৭৮৬০০৪ লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com