Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যায়ত নিযুক্তি ২০২১

শিক্ষক, সহকাৰী অধ্যাপকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে

ডিব্ৰুগড় বিশ্ববিদ্যায়ত নিযুক্তি ২০২১

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2021 10:53 AM GMT

ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ বিষয়ে জানক :

ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে, অসমৰ এখন আগশাৰীৰ কলেজিয়েট পাব্লিক ষ্টেট ইউনিভাৰ্ছিটি। অসম বিধানসভাৰ, প্ৰবন্ধ অধিনিয়মৰ অন্তৰ্গত ডিব্ৰুগড় জিলাত স্থিত এই বিশ্ববিদ্যালয় স্থাপিত কৰা হৈছিল ১৯৬৪ চনত।

ডিব্ৰুগড় বিশ্ববিদ্যালয় চাকৰিৰ অধিসূচনা :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত, শেহতীয়া ভাৱে শিক্ষক, সহকাৰী অধ্যাপকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ নাম

খালী পদ

দৰমহা

অৱস্থান

আৱেদন মাছুল

বাছনি প্ৰক্ৰিয়া

শিক্ষাগত অৰ্হতা

শিক্ষক

০১

২৫,০০০/- টকা, মাহিলী

ডিব্ৰুগড়, অসম

২০০/- টকা

সাক্ষাৎকাৰ

চাহ প্ৰতিপালন আৰু প্ৰযুক্তিবিদ্যাত M. Sc কৃষি

সহকাৰী অধ্যাপক

০১

২৫,০০০/- টকা, মাহিলী

ডিব্ৰুগড়, অসম

২০০/- টকা

সাক্ষাৎকাৰ

সমাজ কৰ্মত MA, Ph. D


অভিজ্ঞতা:

শিক্ষক:

ইচ্ছুক প্ৰাৰ্থীৰ চাহ বাগিচা, চাহ উদ্যোগত নিৰিক্ষকৰ স্তৰত অভিজ্ঞতা আৰু কম্পিউটাৰ কৌশলী

সহকাৰী অধ্যাপক:

আকাংক্ষিত ভাৱে "চিকিৎসীয় সমাজ কৰ্ম" বিষয়ত এখনি প্ৰকাশিত কাকত, লগতে NET/SET/Ph.D

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট dibru.ac.in লৈ যাওক

• ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• শিক্ষক, সহকাৰী অধ্যাপকৰ পদৰ বাবে উপলব্ধ আৱেদন ডাউনলোড কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• উল্লেখিত দিনৰ মতে সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে ৭ ডিচেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত হওঁক।

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে ৭ ডিচেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

ঠিকনা : ভোজৰাজ চেথ সন্মিলন কক্ষ, উপ অধ্যক্ষকৰ কাৰ্য্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়।

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ:

• অধিসূচনা মুকলি হোৱা দিন : ২৩/১১/২০২১

• সাক্ষাৎকাৰ : ৭/১২/২০২১


আৰু পঢ়ক: আই আই টি গুৱাহাটী নিযুক্তি ২০২১


Next Story
চাকৰি