Begin typing your search above and press return to search.

আই আই টি গুৱাহাটী নিযুক্তি ২০২১

ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল

আই আই টি গুৱাহাটী নিযুক্তি ২০২১

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2021 10:45 AM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত পদখালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক "Establishment of Research Parks under the 'Start-up India Initiative in Higher Educational Institutions (SIIHEI)" নামৰ প্ৰকল্পৰ বাবে লেবৰেটৰী এটেন্দেন্তৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ নাম

খালী পদ

বয়স

দৰমহা

অৱস্থান

শিক্ষাগত অৰ্হতা

লেবৰেটৰী এটেন্দেন্ত

০১

উল্লেখিত নহয়

৭৪৫০ - ৭৫০ - ১৪৯৫০ + ১৬% HRA, logot চিকিৎসীয় সুবিধা

গুৱাহাটী, অসম

উচ্চ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ লগতে ৩বছৰৰ অভিজ্ঞতা


আকাংক্ষিত :

ইনকিউবেচন চেণ্টাৰ, ৰিচাৰ্চ পাৰ্ক, ৰিচাৰ্চ প্ৰজেক্টত এটেন্দেন্তৰ পদত ৩বছৰৰ কৰ্ম অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া:

• ইচ্ছুক প্ৰাৰ্থী সকলে তলত উল্লেখিত গুগল লিংকৰ দ্বাৰা নিজৰ আৱেদন দাখিল কৰিব লাগিব।

• গুগল লিংক : https://docs.google.com/forms/d/e/1FAIpQLScBM77OLctl_A_j9U2KtgdbAYGmsLpD8uC2SZr_cu3dzusplw/viewform?usp=pp_url

• আৱেদন দাখিল অন্তিম তাৰিখ : ৫ ডিচেম্বৰ ২০২১

বাছনি প্ৰক্ৰিয়া:

• অহা ৭ ডিচেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত কৰা হ'ব এক ব্যতিগত সাক্ষাৎকাৰ অনুষ্ঠান।

স্থান: ৰিচাৰ্চ বিলডিং, ৩য় ফ্লৰ, আই আই টি গুৱাহাটী।

• বাছনি কৰা প্ৰাৰ্থী সমূহক ইমেইল যোগে সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰা হ'ব।


আৰু পঢ়ক: মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত পদখালী


Next Story
চাকৰি