DRDA ৰিভৈ জিলাত শেহতীয়া পদখালী

০২ নতুন খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে
DRDA ৰিভৈ জিলাত শেহতীয়া পদখালী
Published on

DRDA ৰিভৈত পদখালী :

জিলা গ্ৰামীণ বিকাশ অনুষ্ঠানৰ কাৰ্য্যালয়, ৰিভৈ জিলা, নংপোহত শেহতীয়া ভাৱে ০২ নতুন খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ডাটা এন্ট্ৰি অপাৰেটৰ 

জিলা GIS বিশেষজ্ঞ

খালী পদৰ সংখ্যা

 ০১

 ০১

দৰমহা

১৫,০০০/- টকা 

৪০,০০০/- টকা

বয়স 

অধিকতম ৩৫ বছৰ

অধিকতম ৩৫ বছৰ

শিক্ষাগত অৰ্হতা

১০+ ২ উত্তীৰ্ণ, লগতে কম্পিউটাৰ এপ্লিকেচনত ডিপ্লোমা

প্ৰাসংগিক বিষয়ত M.Tech/ME/M.Sc বা B.E/B.Tech লগতে PG ডিপ্লোমা প্ৰাসংগিক বিষয়ত

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ, অভিজ্ঞতা মানপত্ৰ, পাছপৰ্ট ফটো আৰু যোগাযোগৰ বাবে ঠিকনা অফিচিয়েল ৱেবচাইট drda-rb-meg@nic.in বা ব্যক্তিগত ভাৱে অন্তিম তাৰিখ ৩০ নৱেম্বৰ ২০২১ৰ পূৰ্বে জমা কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com