GA ডিজিটেল ৱেব ৱৰ্ল্ডত : কাৰিকৰী প্ৰকল্প সহকাৰী/ সহযোগীৰ শেহতীয়া পদ খালী

কাৰিকৰী প্ৰকল্প সহকাৰী/ সহযোগীৰ পদত নিযুক্তি প্ৰদানৰ বাবে আবেদন বিচাৰিছে
GA ডিজিটেল ৱেব ৱৰ্ল্ডত : কাৰিকৰী প্ৰকল্প সহকাৰী/ সহযোগীৰ শেহতীয়া পদ খালী
Published on

GA ডিজিটেল ৱেব ৱৰ্ল্ডৰ বিষয়ে:

GA ডিজিটেল ৱেব ৱৰ্ল্ড এটি মানৱ সম্পদ প্ৰতিষ্ঠান, যিয়ে সৌৰচিং, চিলেক্টিং, স্কিল দেভেলপিং, আৰু মানৱ পুঁজি উৎপাদনত সহযোগিতা প্ৰদান কৰে।

GA ডিজিটেল ৱেব ৱৰ্ল্ডত শেহতীয়া পদ খালী:

GA ডিজিটেল ৱেব ৱৰ্ল্ডত শেহতীয়াভাৱে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ কাৰিকৰী প্ৰকল্প সহকাৰী/ সহযোগীৰ পদত নিযুক্তি প্ৰদানৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব।

GA ডিজিটেল ৱেব ৱৰ্ল্ডৰ এই চাকৰিৰ বিষয়ে তলত সবিশেষ তথ্য পাব।

পদৰ নাম

কাৰিকৰী প্ৰকল্প সহকাৰী/ সহযোগী

পদৰ সংখ্যা 

০১

বয়স

GA ডিজিটেল ৱেব ৱৰ্ল্ডৰ নিয়মাৱলী অনুসৰি

দৰমহা

২৫,২৯০/- - ৩০,৯১০/- টকা, প্ৰতি মাহে

অৱস্থান 

নতুন দিল্লী

অন্তিম তাৰিখ

 ১৫ ডিচেম্বৰ ২০২১

শিক্ষাগত অৰ্হতা:

GA ডিজিটেল ৱেব ৱৰ্ল্ডৰ অফিচিয়েল অধিসূচনা অনুসৰি ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.E., B. Tech, M. Sc বা MCA উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা:

ৱিণ্ডছ/ লিনুক্স/ মেক অ'.এছ. ৰ ইনষ্টলিচন তথা ট্ৰাবল শ্বুটিঙৰ অভিজ্ঞতা থাকিব লাগিব তথা বিভিন্ন চফ্টৱেৰ পেকেজৰ জ্ঞান

চাবনেটিং আৰু নেটৱৰ্ক প্ৰটোকলৰ বুজ থাকিব লাগিব

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবই ইচ্ছুক প্ৰাৰ্থীয়ে GA ডিজিটেল ৱেব ৱৰ্ল্ডৰ অফিচিয়েল ৱেবচাইট যোগে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পাৰিব। ইয়াৰ লগতে প্ৰাৰ্থী সকলে নিজৰ প্ৰয়োজনীয় নথিপত্র mayur.gadigital1790@gmail.com ইমেইল যোগে প্ৰেৰণ কৰিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com