আই চি আই চি আই বেংকত প্ৰবেচনাৰী বিষয়াৰ পদ খালী

ইচ্ছ্যুক প্ৰাৰ্থীয়ে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিব পাৰে
আই চি আই চি আই বেংকত প্ৰবেচনাৰী বিষয়াৰ পদ খালী
Published on

আই চি আই চি আই বেংকৰ বিষয়ে:

বিশ্ব বেংকৰ এক পদক্ষেপৰূপে ১৯৫৫-ত আই চি আই চি আই বেংক স্থাপন কৰা হয়। ১৯৯০ ৰ দশকত এই চি আই চি আই বেংকে নিজকে বিভিন্ন কাম-কাজৰ লগত জড়িত কৰে।

শেহতীয়াভাবে আই চি আই চি আই বেংকে প্ৰবেচনাৰী বিষয়া নিয়ুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীয়ে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিব পাৰে।

আই চি আই চি আই বেংকৰ এই চাকৰিৰ বিষয়ে তলত সবিশেষ তথ্য পাব।

পদৰ বিৱৰণ

পদৰ বিৱৰণ

পদৰ নাম 

প্ৰবেচনাৰী বিষয়া

পদৰ সংখ্যা

পদৰ সংখ্যা

পদৰ সংখ্যা

অধিকতম ২৭বছৰ, ০১ আগষ্ট ২০২১ৰ মতে (প্ৰাৰ্থী ০১ আগষ্ট ১৯৯৪ তাৰিখে, বা তাৰ পাছত জন্মগ্ৰহণ কৰা হ'ব লাগিব)

দৰমহা

আই চি আই চি আই বেংকৰ নিয়মাৱলী অনুসৰি

অন্তিম তাৰিখ

৩০ ডিচেম্বৰ ২০২১

৩০ ডিচেম্বৰ ২০২১

৩০ ডিচেম্বৰ ২০২১

ৱেবছাইট

ৱেবছাইট

শিক্ষাগত অৰ্হতা:

এই পদত আৱেদন দাখিল কৰিবলৈ প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক প্ৰাৰ্থীয়ে আই চি আই চি আই বেংকৰ উল্লেখিত অফিচিয়েল ৱেবচাইট যোগে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।

বাছনি প্ৰক্ৰিয়া:

সাক্ষাৎকাৰ আৰু মেৰিট লিষ্ট।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com