Begin typing your search above and press return to search.

ICGEB ত নিযুক্তি প্ৰকল্প সহকাৰীৰ পদখালী

। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব

ICGEB ত নিযুক্তি প্ৰকল্প সহকাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2021 8:55 AM GMT

ICGEB দিল্লীৰ বিষয়ে জানক:

আন্তঃৰাষ্ট্ৰীয় আনুবংশিক অভিযান্ত্ৰিক আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ, এটি পৃথক আন্তঃ চৰকাৰী অনুষ্ঠান। এই অনুষ্ঠান স্থাপিত কৰা হৈছিল UNIDO ৰ অধীনত এটি বিশেষ প্ৰকল্প ৰূপে। ১৯৯৪চনৰ পৰা স্বায়ত্ব শাসিত ৰূপে পৰিচালিত এই অনুষ্ঠানৰ প্ৰায় ৬৫ সদস্য দেশ আছে।

ICGEB দিল্লীত পদ খালী:

আন্তঃৰাষ্ট্ৰীয় আনুবংশিক অভিযান্ত্ৰিক আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ, নতুন দিল্লীত শেহতীয়া ভাৱে প্ৰকল্প সহকাৰী খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা

০১

দৰমহা

৫৮,২৮০/- টকা

পদৰ অৱস্থান

নতুন দিল্লী


শিক্ষাগত অৰ্হতা:

ICGEB অফিচিয়েল অধিসূচনা অনুসৰি ইচ্ছুক প্ৰাৰ্থী সকলে কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সংগণনা জীৱবিজ্ঞান/ জৈৱ তথ্যবিজ্ঞান বিষয়ত Ph. D ডিগ্ৰী প্ৰাপ্ত হ'ব লাগিব।


উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট nbpgr.ernet.in লৈ যাওক

• NBPGR নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• কাৰিকৰী সহকাৰীৰ পদৰ বাবে উপলব্ধ আৱেদন ডাউনলোড কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• আৰু আৱেদন জমা কৰক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট icgeb.org যোগে অন্তিম তাৰিখ ০৩ ডিচেম্বৰ ২০২১ৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিব পৰিব।

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ:

• আৱেদন দাখিলৰ আৰম্ভণি - ২০/১১/২০২১

• অন্তিম তাৰিখ : ০৩/১২/২০২১


আৰু পঢ়ক: DRDA ৰিভৈ জিলাত শেহতীয়া পদখালী


Next Story