আই আই টি গুৱাহাটীত প্ৰকল্প সহকাৰী/ জে আৰ এফৰ পদখালী

প্ৰকল্প সহকাৰী/ জে আৰ এফৰখালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে
আই আই টি গুৱাহাটীত প্ৰকল্প সহকাৰী/ জে আৰ এফৰ পদখালী

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত পদখালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰী/ জে আৰ এফৰখালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহকাৰী (২)

প্ৰকল্প সহকাৰী (২)

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' (জি এ টি ই

খালী পদৰ সংখ্যা

০১

০১

০১

বয়স

উল্লেখিত নাই

উল্লেখিত নাই

উল্লেখিত নাই

দৰমহা

৫৮,০৯০/- টকা, মাহিলী

৫৮,০৯০/- টকা, মাহিলী

৩৭,২১০/- টকা, মাহিলী

পদৰ অৱস্থান

গুৱাহাটী, অসম

আৱেদন দাখিলৰ অন্তিম তাৰিখ

২৮/১১/২০২১

 পদৰ বাবে শিক্ষাগত অৰ্হতা :

পদৰ নাম

শিক্ষাগত অৰ্হতা

প্ৰকল্প সহকাৰী (২)

P. Hd ডিগ্ৰী + যন্ত্ৰ বিজ্ঞত/ জ্ঞান তত্ত্ব/ জৈৱ তথ্যবিজ্ঞান/ প্ৰবাবিলিষ্টিক আৰু ষ্টেটিষ্টিকেল মডেলিং, প্ৰগ্ৰামিং ইন আৰ, পাইঠন, চি, জাভা, মতলবত বিভাগত ২বছৰীয়া অভিজ্ঞতা

প্ৰকল্প সহকাৰী (২)

P. Hd ৰেভাৰ্ছ গেনেটিক্স অফ ভাইৰাচেছ বিভাগত ২বছৰীয়া গৱেষণা অভিজ্ঞতা

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' (জি এ টি ই)

জৈৱ প্ৰযুক্তিবিদ্যা বিভাগত M. Sc/ M.Sc/BE/B.Tech বা ME/ M.Tech লগতে প্ৰমাণিত GATE নম্বৰ

আৱেদন প্ৰক্ৰিয়া :

• প্ৰকল্প সহকাৰী : এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে ইমেইলৰ জৰিয়তে শিক্ষাগত অৰ্হতা তথা অভিজ্ঞতাৰ বিষয়ে উল্লেখিত বায়ডাতা প্ৰেৰণ কৰিব লাগিব।

ইমেইল : sachinku@iitg.ac.in

• জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' : এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰয়োজনীয় তথ্য উল্লেখিত বায়ডাতা ইমেইল যোগে মুখ্য তদন্তকাৰী লৈ প্ৰেৰণ কৰিব লাগিব।

ইমেইল : senthilkumar@iitg.ac.in

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• ২৪/১১/২০২১ তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে বাচনি কৰা সকলো প্ৰাৰ্থীকে ইমেইল যোগে আমন্ত্ৰণ জনোৱা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com