Begin typing your search above and press return to search.

উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত ক্ষেত্ৰ অনুসন্ধানকাৰীৰ পদখালী

ক্ষেত্ৰ অনুসন্ধানকাৰীৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল

উত্তৰ পূব পাৰ্বত্য  বিশ্ববিদ্যালয়ত ক্ষেত্ৰ অনুসন্ধানকাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Nov 2021 7:30 AM GMT

উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়ৰ বিষয়ে জানক :

উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয় ভাৰতৰ এক অন্যতম কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ভাৰত সংসদীয় অধিনিয়মৰ অধীনত এই বিশ্ববিদ্যালয়ৰ স্থাপিত কৰা হৈছিল ১৯৭৩চনৰ ১৯ জুলাই তাৰিখে। এই বিশ্ববিদ্যালয় অৱস্থিত মেঘালয় জিলাৰ ৰাজধানী চহৰ শ্বিলংত। এই বিশ্ববিদ্যালয়ৰ দুটি চৌহদত বিভক্ত, ক্ৰমে শ্বিলং আৰু তুৰা।

উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়ত পদখালী :

উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়ত, ICSSR-NERC শ্বিলঙৰ, ভাষাবিজ্ঞান বিভাগৰ অধীনত অনুষ্ঠিত হ'বলগীয়া "Linguistic Mapping of Regional Dialects of Khasi" প্ৰকল্পৰ বাবে ক্ষেত্ৰ তদন্তকাৰীৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ক্ষেত্ৰ অনুসন্ধানকাৰী

খালী পদৰ সংখ্যা

০১টা।

বয়স

উল্লেখ নাই

দৰমহা

১২,০০০/- টকা,( মাহিলী)।

নিযুক্তিৰ স্থান

শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

০১/১২/২০২১


শিক্ষাগত অৰ্হতা :

• ভাষা বিজ্ঞান বিষয়ত M.A., M. Phil, P. Hd

• খাছী তথা ইংৰাজী ভাষাৰ জ্ঞান

আৱেদন প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থী সকলে খালী কাগজত নিৰ্ধাৰিত পাঠ্যৰ ৰূপত আৱেদন পত্ৰ, নিজৰ বায়ডাতা সহ ড. চাৰালিন এ. লিংদহ ( মুখ্য তদন্তকাৰী), উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়, শ্বিলং ৭৯৩০২২ লৈ প্ৰেৰণ কৰিব লাগিব।

• ঠিকনা : উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়, শ্বিলং ৭৯৩০২২

বাছনি প্ৰক্ৰিয়া :

# ৱাক ইন সাক্ষাৎকাৰ

# তাৰিখ : ৩ ডিচেম্বৰ ২০২১

# সময় : পুৱা ১১বজাৰ পৰা

# অৱস্থান : ভাষাবিজ্ঞান বিভাগ, উত্তৰ পূব পাহাৰীয়া বিশ্ববিদ্যালয়, শ্বিলং ৭৯৩০২২


আৰু পঢ়ক : মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক নিযুক্তি


Next Story
চাকৰি