Begin typing your search above and press return to search.

পি এম বি আইত উপ প্ৰবন্ধক, মাৰ্কেটিঙ বিষয়াৰ পদ খালী

উপ প্ৰবন্ধক আৰু মাৰ্কেটিঙ বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

পি এম বি আইত উপ প্ৰবন্ধক, মাৰ্কেটিঙ বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2021 9:08 AM GMT

পি এম বি আইত পদ খালী :

ফাৰ্মাকিউটিকেলছ এণ্ড মেডিকেল দিভাইছেচ বিউৰোত শেহতীয়া ভাৱে উপ প্ৰবন্ধক আৰু মাৰ্কেটিঙ বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:


পি এম বি আই পদ খালী :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

উপ প্ৰবন্ধক

জেষ্ঠ মাৰ্কেটিঙ বিষয়া

মাৰ্কেটিঙ বিষয়া

খালী পদৰ সংখ্যা

বিভিন্ন

_

_

বয়স

৩৫বছৰ

৩০বছৰ

২৮বছৰ

দৰমহা

৫০,০০০/- টকা

৩০,০০০/- টকা

২৫,০০০/- টকা

পদৰ অৱস্থান

সমগ্ৰ ভাৰততে

অন্তিম তাৰিখ

১৫/১১/২০২১


খালী পদৰ বাবে শিক্ষাগত অৰ্হতা :

পদৰ নাম

শিক্ষাগত অৰ্হতা

উপ প্ৰবন্ধক

• CA (ইণ্টাৰ),/ ICWA (ইণ্টাৰ)। CA/ ICWA উত্তীৰ্ণ কৰা সকলক প্ৰাধান্য দিয়া হ'ব।

• MBA (পুঁজি) যশস্বী অনুষ্ঠান/ বিশ্ববিদ্যালয় পৰা উত্তীৰ্ণ সকলৰ বাবে সুবিধা।

• তথ্য সংগ্ৰহ প্ৰক্ৰিয়া আৰু আভ্যন্তৰীন নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত একাউণ্ট/ ফাইনেন্স বিষয়ত নূন্যতম ৬বছৰীয়া অভিজ্ঞতা।

• চৰকাৰী বিভাগত অভিজ্ঞতা প্ৰাপ্ত সকলক প্ৰাধান্য দিয়া হ'ব।

জেষ্ঠ মাৰ্কেটিঙ বিষয়া

• BBA/ B. Sc/ B. ফাৰ্মা।

• MBA (চেলছ/ মাৰ্কেটিঙ) যশস্বী অনুষ্ঠান/ বিশ্ববিদ্যালয় পৰা উত্তীৰ্ণ সকলৰ বাবে সুবিধা।

• ফার্মা খণ্ডত চেলছ আৰু মাৰ্কেটিঙ বিভাগত নূন্যতম ৩বছৰীয়া অভিজ্ঞতা। চৰকাৰী বিভাগত অভিজ্ঞতা প্ৰাপ্ত সকলক প্ৰাধান্য দিয়া হ'ব।

মাৰ্কেটিঙ বিষয়া

• BBA/ B. Sc/ B. ফাৰ্মা।

• MBA (চেলছ/ মাৰ্কেটিঙ) যশস্বী অনুষ্ঠান/ বিশ্ববিদ্যালয় পৰা উত্তীৰ্ণ সকলৰ বাবে সুবিধা।

• ফার্মা খণ্ডত চেলছ আৰু মাৰ্কেটিঙ বিভাগত নূন্যতম ১বছৰীয়া অভিজ্ঞতা। চৰকাৰী বিভাগত অভিজ্ঞতা প্ৰাপ্ত সকলক প্ৰাধান্য দিয়া হ'ব।


আৱেদন প্ৰক্ৰিয়া :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে উল্লেখিত ইমেইল লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : recruitment@janaushadhi.gov.in

বা

প্ৰাৰ্থী সকলে নিজৰ আৱেদনৰ হাৰ্ডকপী পোনপটীয়াকৈ Dy. CEO, পি এম বি আই, ই - ১, অষ্টম ফ্লৰ, ভিডিঅ'কন টাৱাৰ, ঝান্দেৱালান এক্সটেনচন, নতুন দিল্লী - ১১০০৫৫ লৈ প্ৰেৰণ কৰিব পাৰে।

বাছনি প্ৰক্ৰিয়া : প্ৰাৰম্ভিক স্ক্ৰীনিং, সাক্ষাৎকাৰ


আৰু পঢ়ক : এন পি চি বি নাগালেণ্ডত ০৮ বৈজ্ঞানিক, সহযোগীৰ পদ খালী



Next Story
চাকৰি