পাঞ্জাৱ নেচনেল বেংকত পদ খালী
উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা ভেল্যুৱাৰ্ছৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে

পাঞ্জাৱ নেচনেল বেংকৰ বিষয়ে জানক :
পাঞ্জাৱ নেচনেল বেংক, ভাৰতৰ প্ৰথম স্বদেশী বেংক। এই বেংকৰ তদাৰক আৰম্ভ হৈছিল এপ্ৰিল ১২, ১৮৯৫ লাহোৰৰ পৰা। এই বেংক স্থাপিত কৰা হৈছিল জাতীয়তাবাদী উদ্যমেৰে, আৰু কেৱল ভাৰতীয়ৰ দ্বাৰা ভাৰতীয় পুঁজিৰে পৰিচালিত ইয়ে প্ৰথম বেংক।
পাঞ্জাৱ নেচনেল বেংকত পদ খালী :
পাঞ্জাৱ নেচনেল বেংকত শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা ভেল্যুৱাৰ্ছৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে। ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক অন্তিম তাৰিখত পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | ভেল্যুৱাৰ্ছ |
খালী পদৰ সংখ্যা | বিভিন্ন |
বয়স | ২৫বছৰ |
দৰমহা | বেংকৰ নিয়মাৱলী অনুসৰি |
অৱস্থান | গুৱাহাটী, অসম |
অন্তিম তাৰিখ | ২২,১১/২০২১ |
আৱেদন প্ৰক্ৰিয়া | অনলাইন |
ৱেবচাইট | pnbindia.in |
শিক্ষাগত অৰ্হতা :
• কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ বোৰ্ড/ বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা, ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী উত্তীৰ্ণ।
• ডিগ্ৰী বা প্ৰাসংগিক বিষয়ত উত্তীৰ্ণ হোৱাৰ পাছত ভেলুৱেচন অফ প্লান্ট এণ্ড মেচিনাৰী বিভাগত ৫বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব।
• ডিপ্লোমা উত্তীৰ্ণ সকল ভেলুৱেচন অফ প্লান্ট এণ্ড মেচিনাৰী বিভাগত ৮বছৰীয়া কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব।
• মাষ্টাৰ্ছ ডিগ্ৰী উত্তীৰ্ণ সকল ভেলুৱেচন অফ প্লান্ট এণ্ড মেচিনাৰী বিভাগত ২বছৰীয়া কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব।
আৱেদন প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আৱেদন সহ প্ৰয়োজনীয় নথি পত্ৰ উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।
ঠিকনা : UBI চৌহদ, দ্বিতীয় ফ্লোৰ, হেম বৰুৱা পথ, পানবজাৰ, গুৱাহাটী (অসম), ৭৮১০০১
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ/ পৰীক্ষা
আৰু পঢ়ক : চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বিশেষজ্ঞ বিষয়াৰ পদ খালী