DMHO ৰ বিষয়ে:
জিলা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্য্যালয়, ৰিভৈৰ, নংপোহ চহৰত ১৯৯২চনত নিৰ্মান কৰা হৈছিল। DMHO ৰ কাৰ্য্যালয় নংপোহ চহৰৰ, ৰাষ্ট্ৰীয় ঘাইপথ ৪০ৰ সমীপত অৱস্থিত। এই কাৰ্য্যালয়ৰ মুখ্য বিষয়া হৈছে জিলা চিকিৎসা আৰু স্বাস্থ্য বিষয়া। এই কাৰ্য্যালয়ৰ মূল উদ্দেশ্য জিলা খনৰ স্বাস্থ্য সেৱা প্ৰক্ৰিয়াৰ উন্নয়ন আৰু তত্বাৱধান, আৰু জিলাখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আঁচনি সমূহৰ মাৰ্গ দৰ্শন আৰু নিৰীক্ষণ কৰা।
DMHO ত নিযুক্তি:
DMHO ত শেহতীয়া ভাৱে ৪৬গৰাকী ক্লিনিকেল চাইকল'জিষ্ট আৰু জেৰিয়াত্ৰিক পদত নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থী সমূহৰ পৰা আৱেদন বিচাৰিছে। এই পদৰ অৱস্থান হৈছে অন্ধ্ৰ প্ৰদেশৰ ভিজীয়ানগৰমত। এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে অনুষ্ঠিত হ'বলগীয়া ৱাক ইন সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব লাগিব। সবিশেষ তথ্যৰ বাবে প্ৰাৰ্থীক DMHO ৰ অফিচিয়েল ৱেবচাইট পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনোৱা হ'ল। এই পদৰ ৱাক ইন সাক্ষাৎকাৰৰ তাৰিখ হৈছে ১০ ডিচেম্বৰ ২০২১
পদৰ নাম আৰু খালী পদৰ সংখ্যা:
অবষ্ট্ৰেটিক্স আৰু গাইনোকল'জিষ্ট - ০৭
জেৰীয়াত্ৰিক - ০৭
ই এন টি - ০২
পেদিয়াট্ৰিক্স - ০৩
ছাল - ০৫
অৰ্থপেডিক্স - ০১
বুকু - ০৭
এন চি ডি - ০৫
জেনেৰেল ছাৰ্জাৰী - ০৪
ক্লিনিকেল চাইকল'জিষ্ট - ০২
অডিঅ'লজিষ্ট আৰু স্পীড থেৰাপিষ্ট - ০২
ডেন্তেল টেকনিচিয়ান - ০১
শিক্ষাগত অৰ্হতা:
DMHO ৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা MA, PG ডিপ্লোমা, M. Phil, MD, MS উত্তীৰ্ণ হ'ব লাগিব।
পদৰ নাম আৰু শিক্ষাগত অৰ্হতা:
অবষ্ট্ৰেটিক্স আৰু গাইনোকল'জিষ্ট - MS অ' বি জি/ ডি জি অ'
জেৰীয়াত্ৰিক - MD জেনেৰেল মেডিচিন
ই এন টি - MD জেনেৰেল মেডিচিন
পেদিয়াট্ৰিক্স - MD পেদিয়াট্ৰিক্স/ ডি চি এইচ
ছাল - MD দাৰ্মেটোলোজি/ ডি ডি
অৰ্থপেডিক্স - MS
বুকু - MD পুলমন'লজী/ ডি টি চি ডি
এন চি ডি - MD জেনেৰেল মেডিচিন
জেনেৰেল ছাৰ্জাৰী - MS জেনেৰেল ছাৰ্জাৰী
ক্লিনিকেল চাইকল'জিষ্ট - মেডিকেল আৰু চচিয়েল চাইক'লজী বিষয়ত M. Phil/ ক্লিনিকেল চাইক'লজীত MA/ PG ডিপ্লোমা
অডিঅ'লজিষ্ট আৰু স্পীড থেৰাপিষ্ট -ডিগ্ৰী
ডেন্তেল টেকনিচিয়ান - ডেন্তেল টেকনিচিয়ানৰ ১ বা ২ বছৰীয়া পাঠ্যক্ৰমত উত্তীৰ্ণ
বয়স : অধিকতম বয়স ৫২বছৰ, ১০/১২/২০২১ ৰ মতে
বয়সৰ ৰেহাই:
প্ৰাক্তন চাকৰিয়াল/ মহিলা : ০৩বছৰ
SC/ ST/ BC প্ৰাৰ্থী : ০৫বছৰ
PH প্ৰাৰ্থী : ১০বছৰ
তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:
• DMHOৰ অফিচিয়েল ৱেবচাইট vizianagaram.ap.gov.in লৈ যাওক
• DMHO নিযুক্তি বা কেৰিয়াৰ যোগে আৱেদন কৰিব বিচৰা পদ বাছনি কৰক
• আৱেদন পূৰণ কৰাৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক
• উপযুক্ত প্ৰাৰ্থী সকলে শুদ্ধ তথ্যৰে আৱেদন পূৰণ কৰক
• প্ৰয়োজনীয় সকলো নথি পত্ৰৰ সৈতে ১০ডিচেম্বৰ ২০২১তাৰিখে অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰক
আৱেদন প্ৰক্ৰিয়া:
এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে ১০/১২/২০২১ তাৰিখে অফিচিয়েল ৱেবচাইট যোগে উল্লেখ কৰা ঠিকনাত সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।
আৰু পঢ়ক : IISER ভূপালত নিযুক্তি : ফিল্ড ৱৰ্কাৰৰ পদ খালী