Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত উপ-সভাপতিৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ বিৱৰণ চাব পাৰে:

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত উপ-সভাপতিৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2021 12:15 PM GMT

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)-এ উপ-সভাপতিৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম-উপ-সভাপতি ।

খালী পদ-বিভিন্ন ।

নিযুক্তিৰ স্থান- সমগ্ৰ ভাৰতত ।

দৰমহা- নিয়ম অনুসৰি ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৭/০৯/২০২১ ।

বয়স-৫৬ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া-আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আবেদন প্ৰপত্ৰ ৰবীন্দ্ৰ , সঞ্চালক/চিঅ'ও ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক মেনেজমেণ্ট লিমিটেড (এনএইচএলএমএল) জি-৫ আৰু ৬ খণ্ড ১০ দ্বাৰকা নতুন দিল্লী-১১০০৭৫ লৈ বা ই-মেইল: ravinder.nhlml@nhai.org ত পঠিয়াব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ এছ বি আইত বিশেষজ্ঞ বিষয়াৰ ৬৯ টা পদত নিযুক্তি

Next Story
চাকৰি