এছ বি আইত বিশেষজ্ঞ বিষয়াৰ ৬৯ টা পদত নিযুক্তি

ভাৰতীয় ষ্টেট বেংক (এছ বি আই)-এ নিম্নোক্ত বিশেষজ্ঞ বিষয়া পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইয়াৰ সবিশেষ তথ্য তলত পাবঃ
এছ বি আইত বিশেষজ্ঞ বিষয়াৰ ৬৯ টা পদত নিযুক্তি

খালী পদৰ সংখ্যাঃ ৬৯টা।

বয়সৰ সীমাঃ ২৫ ৰ পৰা ৩৫ বছৰ।

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ন্যূনতম ৬০ শতাংশ নম্বৰসহ পূৰ্ণ-কালীন সময়ৰ এম বি এ (মাৰ্কেটিং) ডিগ্ৰীধাৰী অথবা পি জি ডি এম নতুবা সমপৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰা হ'ব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২১।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী / অ' বি চি / আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীঃ ৭৫০টকা। এছ চি/ এছ টি/ বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

মাচুল আদায়ৰ নিয়ম: Debit Card/ Credit Card/ Internet Banking etc আদিৰ জৰিয়তে অনলাইন প্ৰক্ৰিয়া।

. ৱেবছাইটঃ https://www.sbi.co.in/

দৰমহাঃ এছ বি আইৰ নিয়মানুসৰি ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com