ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ চিকিৎসা বিষয়া নিযুক্তি

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম(NHM, Assam)-এ নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ চিকিৎসা বিষয়া নিযুক্তি
Published on: 

পদৰ নামঃ চিকিৎসা বিষয়া (এম বি বি এছ)।

দৰমহাঃ ৫০হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰীধাৰী হ'ব লাগিব আৰু অসম চিকিৎসা পৰিষদ বা ভাৰতীয় চিকিৎসা পৰিষদৰ পঞ্জীয়নভুক্ত হ'ব লাগিব।

বয়সঃ সৰ্বোচ্চ ৬০ বছৰ (১ এপ্ৰিল, ২০২০ লৈকে)।

মৌখিক সাক্ষাৎকাৰঃ অহা ২৬ জুনৰ দিনৰ ১১ বজাৰ পৰা মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব। সাক্ষাৎকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা বয়স আদিৰ মূল প্ৰমাণপত্ৰ আনিব লাগিব।

সাক্ষাৎকাৰৰ স্থানঃ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ শইকীয়া কমপ্লেক্সস্থিত এন এইচ এমৰ মিছন সঞ্চালকৰ কাৰ্যালয়।

সবিশেষ জানিবলৈ https://nhm.gov.in/ চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com