Begin typing your search above and press return to search.

এন আই এত অপৰাধস্থলী পৰ্যবেক্ষণ সহায়ক নিযুক্তি

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-ই অপৰাধস্থলী পৰ্যবেক্ষণ সহায়ক(ক্ৰাইম ছীন এছিষ্টেণ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এন আই এত অপৰাধস্থলী পৰ্যবেক্ষণ সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-23T21:05:44+05:30

খালী পদৰ সংখ্যাঃ ৩টা।

দৰমহাঃ মাহিলী ৪৪,৯০০ টকাৰ পৰা ১,৪২,৪০০টকা।

বয়সৰ সীমাঃ ডেপুটেচনত নিযুক্তিৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, মুম্বাইকে ধৰি দেশৰ বিভিন্ন স্থানত।

ঠিকনাঃ NIA HQ Opposite CGO Complex, Lodhi Road, New Delhi-110003

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন আৰু স্থায়ীকৈ নিযুক্তি।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৮-২০২০।

ধৰি আনুসংগিক তথ্য wwv.nia.gov.in-ত পাব।

সবিশেষ জানিবলৈ wwv.nia.gov.in চাওক।

আৰু পঢ়িব পাৰেঃ কনিষ্টবল নিযুক্তিৰ বাবে আই টি বি পিৰ আবেদন আহ্বান

Next Story