Begin typing your search above and press return to search.
এন আই এ-ত চাইবাৰ ফৰেণচিক পৰীক্ষক নিযুক্তি
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-ই চাইবাৰ ফৰেনছিক পৰীক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলীঃ ৫৬,১০০টকাৰ পৰা ১,৭৭,৫০০টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী, ৰাইপুৰ, লক্ষ্ণৌ, কলকাতা, নতুন দিল্লী, মুম্বাই, হায়দৰাবাদ।
বয়সৰ সীমাঃ ডেপুটেচনত নিযুক্তিৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স ৫৬বছৰতকৈ অধিক হ'ব নালাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৮-২০২০।
সবিশেষ জানিবলৈ wwv.nia.gov.in চাওক।
Next Story