Top
Begin typing your search above and press return to search.

এন আই এত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদ খালী

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা এন আই এই ডেপুটেচন/এবজৰপচন ভিত্তিত ডাটা এণ্ট্ৰী অপাৰেটৰ নিযু্ক্তিৰ বাবে আবেদন বিচাৰিছে।

এন আই এত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2020 12:43 PM GMT

খালী পদৰ সংখ্যাঃ ১৪টা।

দৰমহাঃ ২৯,২০০ টকাৰ পৰা ৯২,৩০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১০-২০২০।

আবেদন SP (Adm), NIA HO, Opposite CGO Complex, Lodhi Road, New Delhi-110003-লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ স্নাতক শিক্ষক নিযুক্তিৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ আবেদন আহ্বান

Next Story