এন আই এত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদ খালী

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা এন আই এই ডেপুটেচন/এবজৰপচন ভিত্তিত ডাটা এণ্ট্ৰী অপাৰেটৰ নিযু্ক্তিৰ বাবে আবেদন বিচাৰিছে।
এন আই এত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদ খালী
Published on: 

খালী পদৰ সংখ্যাঃ ১৪টা।

দৰমহাঃ ২৯,২০০ টকাৰ পৰা ৯২,৩০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১০-২০২০।

আবেদন SP (Adm), NIA HO, Opposite CGO Complex, Lodhi Road, New Delhi-110003-লৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com