Begin typing your search above and press return to search.

নেচনেল ইনষ্টিটিউট অৱ ইমোনলজীত এছ আৰ এফ পদখালী

নেচনেল ইনষ্টিটিউট অৱ ইমোনলজীয়ে জ্যেষ্ঠ গৱেষণা সভ্য নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

নেচনেল ইনষ্টিটিউট অৱ ইমোনলজীত এছ আৰ এফ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jan 2022 11:00 AM GMT

নেচনেল ইনষ্টিটিউট অৱ ইমোনলজীঃ

১৯৮১-ৰ ১৪ প্ৰতিষ্ঠা কৰা হয়। তেতিয়া এই প্ৰতিষ্ঠানপৰ অধ্যক্ষ অদ্যাপক এম জি কে মেননক বাছনি কৰা হৈছিল। ১৯৮৩-ত নতুন গৃহ নিৰ্মাণ নকৰালাকে এন আই আই এইমছ দিল্লীৰ পৰা চলিছিল। এন আই আয়ে প্ৰস্তুত কৰা প্ৰথম ভেকচিনবিধৰ নাম mycobacterium indicus prani.আছিল।

নেচনেল ইনষ্টিটিউট অৱ ইমোনলজীত নিয়ুক্তি-২০২২

নেচনেল ইনষ্টিটিউট অৱ ইমোনলজীয়ে জ্যেষ্ঠ গৱেষণা সভ্য নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

জ্য়েষ্ঠ গৱেষণা সভ্য (এছ আৰ এফ)

খালী পদ

০১টা।

দৰমহা

প্ৰতি মাহে ৩৫,০০০/- টকা

চাকৰিৰ স্থান

দিল্লী- নতুন দিল্লী।

আবেদন মাচুল

এশ টকা। এছ চি-এছ টি প্ৰাৰ্থীৰ নাই। পৰিশ্েধৰ পদ্ধতি- ডিমাণ্ড ড্ৰাফট।

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

অন্তিম তাৰিখ

৩১ জানুৱাৰী-২০২২

ৱেবছাইট

nii.res.in


শিক্ষাগত অৰ্হতা :

যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰ্থীয়ে জীৱন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব


আবেদন কৰাৰ পদক্ষেপ :

প্ৰথমে, অফিচিয়েল ৱেবছাইট @ nii.res.in-চাওক

আৰু আপুনি আবেদন কৰিব লগা এন আই আইৰ নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

জুনিয়ৰ ৰিচাৰ্চ ফেলো চাকৰিৰ অধিসূচনা খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

আৱেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু আৱেদন প্ৰপত্ৰখন nimesh.gupta@nii.ac.in-লৈ অন্তিম তাৰিখ (৩১জানুৱাৰী-২০২২)ত বা তাৰ আগতে প্ৰেৰণ কৰক।


আৰু চাব পাৰে : জামিয়া মিলিয়া ইছলামিয়াত বিষয়াৰ পদ খালী

Next Story
চাকৰি