জে আৰ এফৰ বাবে এন আই টি শিলচৰৰ আবেদন আহ্বান

নেচনেল ইনষ্টিটিউট অৱ টেকনোলজী শিলচৰে জে আৰ এফৰ বাবে আবেদন বিচাৰিছে।
জে আৰ এফৰ বাবে এন আই টি শিলচৰৰ আবেদন আহ্বান
Published on

ইয়াৰ বিশদ তথ্যঃ

খালী পদঃ এটা।

নিয়োগৰ স্থানঃ শিলচৰ।

ফেলোশ্বিপৰ পৰিমাণঃ মাহে ৩১ হেজাৰ টকা।

আবেদন গ্ৰহণৰ সেষ তাৰিখঃ ২৫-০৬-২০২১।

বয়সৰ সীমাঃ ৩৫ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বিজ্ঞান বা অভিযান্ত্ৰিকৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বা জি আই এচ আৰু ৰিমোট ছেন্সিঙৰ জ্ঞানসহ যিকোনো শাখাৰ বি টেক হব লাগিব। লগতে প্ৰাৰ্থীৰ নেট বা গেট থাকিব লাগিব।

আনুসংগিক নথিপত্ৰ আৰু বায়োডাটাসহ আবেদনপত্ৰ dillipghose_2002@yahoo.co.inলৈ প্ৰেৰণ কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com