বি চি পি এলত অনা-কাৰ্যবাহী পদ খালী

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড,ডিব্ৰুগড়ে ১২ টা অনা-কাৰ্যবাহী খালী পদৰ নিযুক্তিৰ বাবে এটা চাকৰিৰ জাননী প্ৰকাশ
বি  চি পি এলত অনা-কাৰ্যবাহী পদ খালী

বি চি পিএলত পদ খালী :

১. ফৰেমন (ইলেকট্ৰিচিয়ান) - প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা - ৩

শিক্ষাগত অৰ্হতা - নূন্যতম ৫৫% সহ ইলেকট্ৰিকেল অভিযন্তা/ ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক্স বিভাগত ডিপ্লোমা।

২. ফৰেমন (মেকানিকেল) - প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা - ১

শিক্ষাগত অৰ্হতা - নূন্যতম ৫৫% সহ মেকানিকেল অভিযন্তা/ উৎপাদনত উদ্যোগ/ নিৰ্মাণ/ মেকানিকেল আৰু অটোমোবাইল বিভাগত ডিপ্লোমা।

৩. অপাৰেটৰ (ৰসায়ন) - প্ৰশিক্ষাৰ্থী

খালী পদৰ পদৰ - ৩

শিক্ষাগত অৰ্হতা - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী নূন্যতম নম্বৰ ৫০% বা ৰসায়ন বিজ্ঞান বিশেষ বিষয় হিচাপে B. Sc, নূন্যতম নম্বৰ ৫০%।

৪. কৰিকৰ (ইলেকট্ৰিকেল) - প্ৰশিক্ষাৰ্থী

খালী পদৰ পদৰ - ২

শিক্ষাগত অৰ্হতা - মেট্ৰিক উত্তীৰ্ণ লগতে ITI ট্ৰেডমেনচিপ/ ৰাষ্ট্ৰীয় প্ৰশিক্ষাৰ্থী প্ৰমাণপত্ৰ, বিষয় ইলেকট্ৰিকেল/ ৱাইৰমেইন ট্ৰেড।

৫. কাৰিকৰ (মেকানিকেল) - প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা - ১

শিক্ষাগত অৰ্হতা - মেট্ৰিক উত্তীৰ্ণ লগতে ITI ট্ৰেডমেনচিপ/ ৰাষ্ট্ৰীয় প্ৰশিক্ষাৰ্থী প্ৰমাণপত্ৰ, বিষয় ফিটাৰ/ ডিজেল মেকানিক/ মেকানিষ্ট/ টুনাৰ ট্ৰেড।

৬. একাউণ্ট সহকাৰী - প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা - ১

পশিক্ষাগত অৰ্হতা - নূন্যতম ৫০% নম্বৰ সহ বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী আৰু টাইপিং স্পিড ইংৰাজীত ৪০wpm। কম্পিউটাৰত কুশলী।

দৰমহা :

পদ ১ৰ পৰা ২লৈ - ২৩,০০০/- টকা

পদ ৩ৰ পৰা ৬লৈ - ২১,০০০/- টকা

বয়সৰ ৰেহাই :

# SC/ ST - ৫বছৰ

# OBC - NCL - ৩বছৰ

# PwBD - জেনেৰেল/ EWS - ১০বছৰ

# PwBD - OBC - NCL - ১৩বছৰ

# PwBD SC/ ST - ১৫বছৰ

অভিজ্ঞতা : দৰমহা প্ৰাপ্ত প্ৰশিক্ষাৰ্থী হিচাপে ১বছৰীয়া অভিজ্ঞতা।

আৱেদন মাছুল :

# UR/ EWS/ OBC - NCL - ২০০/- টকা

# SC/ ST/ PWBD - নিল

# মাছুল জমাৰ প্ৰক্ৰিয়া - অনলাইন

আৱেদন প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীসকলে বি চি পি এল নিযুক্তি পৰ্টেলত গৈ অনলাইন যোগে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।

সম্পূৰ্ণ প্ৰক্ৰিয়া :

• অফিচিয়েল ৱেবচাইট rbi.org.in খোলক

• আপুনি আৱেদন দাখিল কৰিব বিচৰা পদটো বিচাৰক

• পদৰ বাবে উপলব্ধ আৱেদন পত্ৰ ডাউনলোড কৰক

• আৱেদন দাখিলৰ অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰিবলৈ নাপাহৰিব

• শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আৱেদন পত্ৰ জমা কৰক

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ :

# আৱেদনৰ আৰম্ভণি - ১২/১১/২০২১

#অন্তিম তাৰিখ - ১১/১২/২০২১ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com