Begin typing your search above and press return to search.

উত্তৰ-পূব সীমান্ত ৰেলৱেত চিকিত্সক নিযুক্তি

উত্তৰ-পূব সীমান্ত ৰেলৱেই নিম্নোক্ত চিকিত্সক পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

উত্তৰ-পূব সীমান্ত ৰেলৱেত চিকিত্সক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 2:07 PM GMT

পদসমূহঃ

সাধাৰণ চিকিত্সা বিষয়া ।

খালী পদৰ সংখ্যাঃ ১টা।

অফথামলজী।

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ০১-০৯-২০২১ত ৫৩ বছৰতকৈ অধিক হব নালাগিব। অৱশ্যে এছ চি/ এছ টি/অবিচি প্ৰাৰ্থীয়ে প্ৰচলিত নিয়ম অনুসৰি বয়স ৰেহাই পাব। ৰেলৱে বা চৰকাৰী অৱসৰপ্ৰাপ্ত চিকিত্সকৰ ক্ষেত্ৰত সৰ্বোচ্চ ৬৫ বছৰ।

দৰমহাঃ সাধাৰণ চিকিত্সা বিষয়াৰ ক্ষেত্ৰত মাহিলী ৬৫ হেজাৰ টকা।

অফথামলজিষ্টৰ ক্ষেত্ৰত মাহিলীঃ ৯৫ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এম চি আইৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ন্যূনতম এম বি বি এছ ডিগ্ৰীধাৰী হব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ অহা ০৫-০৯-২০২১ৰ ২৩-৫৫ বজা। আবেদন cmpnfr@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰেঃ ইনছলভেন্সী এণ্ড বেংকৰাপ্টচি বোৰ্ড অৱ ইণ্ডিয়াত

Next Story
চাকৰি