উত্তৰাঞ্চল কয়লা ক্ষেত্ৰত সহকাৰী ফৰমেন নিযুক্তি

উত্তৰাঞ্চল কয়লা ক্ষেত্ৰ লিমিটেডে সহকাৰী ফৰমেন নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
উত্তৰাঞ্চল কয়লা ক্ষেত্ৰত সহকাৰী ফৰমেন নিযুক্তি

খালী পদৰ সংখ্যাঃ ৭৯টা।

নিযুক্তিৰ স্থানঃ ছিংগ্ৰাউলী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

সবিশেষ জানিবলৈ http://www.nclcil.in/ চাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com