Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, মহাৰাষ্ট্ৰ নিযুক্তি ২০২১: স্ত্ৰীৰোগ বিশেষজ্ঞৰ পদখালী 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) মহাৰাষ্ট্ৰত স্ত্ৰীৰোগ বিশেষজ্ঞৰ খালী পদৰ বাবে নিয়োগ কৰিছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, মহাৰাষ্ট্ৰ নিযুক্তি ২০২১: স্ত্ৰীৰোগ বিশেষজ্ঞৰ পদখালী 

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Dec 2021 1:21 PM GMT

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) সম্পৰ্কে -

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম), প্ৰতিস্থাপন কৰা হয় ভাৰত চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন আৰু ৰাষ্ট্ৰীয় সোঁহতীয়া স্বাস্থ্য মিছন সংযুক্ত কৰি চন ২০১৩। ইয়াৰ সম্প্ৰসাৰণ কৰা হয় চন ২০১৮ লৈকে আৰু পৰবৰ্তী সময়ত বৃদ্ধি কৰা হয় মাৰ্চ ২০২০পৰ্যন্ত। এই প্ৰতিষ্ঠানত মুখ্য বিষয়া হৈছে মিছন নিৰ্দেশক আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ অধীনত ইয়াৰ চোৱাচিতা কৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নিৰ্দেশক সকলে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন, বৰ্তমানৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰাৰম্ভনি ঘটিছিল ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰামীণ ক্ষেত্ৰী সমূহত বসবাস কৰা লোক সকলৰ স্বাস্থ্য সম্বন্ধীয় প্ৰয়োজন সমূহ পূৰণ কৰিবৰ বাবে। এই মিছনৰ উন্মোচনী কৰিছিল ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে ১২ এপ্ৰিল ২০০৫তাৰিখে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত পদ খালী :

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত শেহতীয়া ভাৱে স্ত্ৰীৰোগ বিশেষজ্ঞৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে।

পদৰ নাম

স্ত্ৰীৰোগ বিশেষজ্ঞ, ষ্টাফ নাৰ্চ

খালী পদ

২৬

দৰমহা

২০,০০০ - ৭৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

মহাৰাষ্ট্ৰ

বয়স

নূন্যতম ৩৮বছৰ আৰু অধিকতম ৭০বছৰ, ০১ জানুৱাৰী ২০২২ৰ মতে

আৱেদন মাছুল

• জেনেৰেল/ অসংৰক্ষিত - ১৫০/- টকা

• OBC/ SC/ ST - ১০০/- টকা

• অন্য - নিল

পৰিশোধ প্ৰক্ৰিয়া

অনলাইন

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

তাৰিখ

আৰম্ভণি তাৰিখ - ২২/১২/২০২১

অন্তিম তাৰিখ - ৩১/১২/২০২১

খালী পদৰ বিৱৰণ

পদৰ নাম

খালী পদ

স্ত্ৰীৰোগ বিশেষজ্ঞ

০৩

শিশুৰোগ বিশেষজ্ঞ

০৩

ষ্টাফ নাৰ্চ

০৬

পূৰ্ণকালীন চিকিৎসা বিষয়া

১০

এনেস্থেচিয়ালজিষ্ট বিশেষজ্ঞ

০৪

শিক্ষাগত অৰ্হতা :MD/ MS স্ত্ৰীৰোগ/ DGO/ DNB

MD/ এনেস্থ/ DA/ DNB

GNM/ B. Sc নাৰ্চিং

MD/ পেড/ DCH/ DNB।

দৰমহা :

৭৫,০০০/- টকা

২০,০০০/- টকা

৬০,০০০/- টকা

৭৫,০০০/- টকা

আৱেদন প্ৰক্ৰিয়া :

• অফিচিয়েল ৱেবচাইট mrhm.maharastra.gov.in লৈ যাওঁক

• NRHM মহাৰাষ্ট্ৰ কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• ৱেবচাইট যোগে উল্লেখিত পদ সমূহৰ আৱেদন পত্ৰ সংগ্ৰহ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• অন্তিম তাৰিখ ৩১ ডিচেম্বৰ ২০২১ সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ নিজৰ আৱেদন জমা কৰক

• ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং/ ডাক নং সংগ্ৰহ কৰক


আৰু পঢ়ক:ভাৰতীয় কয়লা প্ৰাধিকৰণত উপদেষ্টাৰ পদ খালী


Next Story
চাকৰি