চাকৰি
ৰাষ্ট্ৰীয় তাপ বিদ্যুত নিগমত সহকাৰী কেমিষ্টৰ প্ৰয়োজন
ৰাষ্ট্ৰীয় তাপ বিদ্যুত নিগম(এন টি পি চি)-এ সহকাৰী কেমিষ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ২৫টা।
দৰমহাঃ মাহিলী ৪০হেজাৰ টকাৰ পৰা ১,৪০,০০০টকা।
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।
সবিশেষ জানিবলৈ https://ntpccareers.net/চাওক।
আৰু চাব পাৰেঃ বেংক অৱ বৰোদাৰ চাকৰিৰ আবেদন আহ্বান ht