ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ মুখ্য সহায়ক নিযুক্তি

ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মুখ্য সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ মুখ্য সহায়ক নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ২২হেজাৰ টকাৰ পৰা ৯৭হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ ওদালগুৰি।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৭-২০২০।

সবিশেষ জানিবলৈ www.udalquriiudiciary চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com