Begin typing your search above and press return to search.

কাচাৰৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত পিয়নৰ পদখালী

কাচাৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে কাৰ্যালয় পিয়ন নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কাচাৰৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত পিয়নৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Aug 2020 1:52 PM GMT

খালী পদৰ সংখ্যাঃ ৭টা। ইয়াৰে ৬টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে এটা অনুসূচিত জনজাতি(পাহাৰীয়া)ৰ বাবে সংৰক্ষিত।

বয়সৰ সীমাঃ ০১-০৮-২০২০ত ১৮ ৰ পৰা ৩৮ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

দৰমহাঃ ১২ হেজাৰ টকাৰ পৰা ৩৭,৫০০ টকা আৰু ৩,৯০০টকাৰ গ্ৰেড পে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-০৮-২০২০।

আবেদনৰ নিয়মঃ আবেদন পত্ৰ কাচাৰৰ শিলচৰস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত জমা দিব লাগিব।

সবিশেষ জানিবলৈ http://cacharjudiciary.gov.in/pdf/recruitment/ADVERTISEMENT.pdfচাওক।

আৰু চাব পাৰেঃ কলিয়াবৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি

Next Story
চাকৰি