অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি২০২০

অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি২০২০

অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি ২০২০

অইল ইণ্ডিয়া লিমিটেড মেকানিকেল ইন্জিনিয়াৰ আৰু ইনস্ট্রুমেন্টেচন ইন্জিনিয়াৰৰ ঠিকাভিত্তিক পদৰ পৰা ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: মেকানিকেল ইন্জিনিয়াৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ৪ বছৰীয়া মেকানিকেল ইন্জিনিয়াৰিংত স্নাতক লগতে তিনি বছৰৰ চৰকাৰী/পাব্লিক/ প্ৰাইভেট চেক্টৰ অৰগেনাইজেচনত কৰ্মৰত অভিজ্ঞতা।

দৰমহা: ৪৫,০০০/- টকা প্ৰতি মাহ

পদৰ নাম : ইনস্ট্রুমেন্টেচন ইন্জিনিয়াৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ৪ বছৰীয়া মেকানিকেল ইন্জিনিয়াৰিংত স্নাতক লগতে তিনি বছৰৰ চৰকাৰী/পাব্লিক/ প্ৰাইভেট চেক্টৰ অৰগেনাইজেচনত কৰ্মৰত অভিজ্ঞতা।

দৰমহা: ৪৫,০০০/- টকা প্ৰতি মাহ

বয়স: ৬৫ বছৰ

ৱা্ক-ইন-ইন্টাৰভিউৰ: ২৪-০২-২০২০/ ২৫-০২-২০২০

ৰিপৰ্টিং সময়: ৰাতিপুৱা ৮:৩০ ৰ পৰা ৯:৩০ বজা লৈকে।

ঠিকনা: Conference Room, Narangi Club, Pipeline Headquarters, Oil India Limited, P.O. – Udayan Vihar, Narangi, Guwahati, Assam.

প্ৰাৰ্থীসকলে স্ব-স্বাক্ষৰিত নথিপত্ৰসমূহৰ সৈতে বাইঅ ডাটা, পাছ চাৰ্টিফিকেট, অভিজ্ঞতা চাৰ্টিফিকেট, মাৰ্কশ্বীট, ২খন পাছপোর্ট ফটো, আদি সাক্ষাৎকাৰৰ দিনা দেখুৱাব লাগিব।

অধিক জনাৰ বাবে : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com