অইল ইণ্ডিয়া লিমিটেডত কেমিকেল সহায়ক নিযুক্তি

অইল ইণ্ডিয়া লিমিটেডে ঠিকাভিত্তিক কেমিকেল সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অইল ইণ্ডিয়া লিমিটেডত কেমিকেল সহায়ক নিযুক্তি
Published on

খালী পদৰ সংখ্যাঃ ৩০টা।

দৰমহাঃ মাহিলী ১৫,৪০০টকা।

নিযুক্তিৰ স্থানঃ ডিব্ৰুগড়।

মৌখিক সাক্ষাত্কাৰঃ অহা ৪ ছেপ্টেম্বৰত মৌখিক সাক্ষাত্কাৰ অনুষ্ঠিত হ'ব।

বয়সৰ সীমাঃ সাধাৰণ শ্ৰেণীঃ সৰ্বোচ্চ ৪০ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

সবিশেষ জানিবলৈ https://www.oil-india.com/Document/Career/Advertisement_Contractual_Chemical_Assistant_new.pdf চাওক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com