Begin typing your search above and press return to search.

অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ পদখালী

অইল ইণ্ডিয়া লিমিটেডে অপাৰেটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2020 1:11 PM GMT

পদৰ নামঃ Operator- I (HMV)

খালী পদৰ সংখ্যাঃ ৩৬টা।

দৰমহাঃ ১৬ হেজাৰ টকাৰ পৰা ৩৪হেজাৰ টকা।

বয়সৰ সীমাঃ ১৮ বছৰৰ পৰা ৩০বছৰ। নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু গধুৰ বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ।

আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ বাবে https://www.oil-india.com/Current_openNew.aspx-চাওক।

আৰু চাব পাৰেঃ ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ত পদখালী

Next Story
চাকৰি