Begin typing your search above and press return to search.

এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে অ' এন জি চিৰ আবেদন আহ্বান

অ' এন জি চিয়ে এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে অ এন জি চিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2020 8:33 AM GMT

খালী পদৰ সংখ্যাঃ ৪,১৮২টা।

বয়সৰ সীমাঃ ১৭-০৮-২০২০ত ১৮ৰ পৰা ২৪ বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ জন্ম ১৯৯৬ৰ ১৭ আগষ্টৰ পৰা ২০০২ৰ ১৭ আগষ্টৰ ভিতৰত হ'ব লাগিব।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ প্ৰাপ্ত নম্বৰ আৰু মেধা ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। কোনো প্ৰাৰ্থী সমানে মেধাৱী হলে প্ৰাপ্ত নম্বৰত গুৰুত্ব প্ৰদান কৰা হব।

আবেদন জনাবলৈ অ' এন জি চিৰ ৱেবছাইট www.ongcapprentices.ongc.co.in চাওক। ১৭-০৮-২০২০ৰ ১৮ বজালৈকে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ চাওক https://www.ongcindia.com/wps/wcm/connect/ce926c7b-d385-4061-9917-9beeeb1318f9/NAPSAdvt280720.pdf?MOD=AJPERES&CONVERT_TO=url&CACHEID=ROOTWORKSPACE-ce926c7b-d385-4061-9917-9beeeb1318f9-nelxkaa।

আৰু চাব পাৰে ঃ ভাৰতীয় মচলা ব'ৰ্ড, গুৱাহাটীত কনছালটেণ্ট নিয়োগ

Next Story
চাকৰি