Begin typing your search above and press return to search.

অ' এন জি চিত চিকিত্সা বিষয়াৰ পদখালী

অ’ এন জি চিয়ে চিকিত্সা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অ এন জি চিত চিকিত্সা বিষয়াৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2020 11:34 AM GMT

মুঠ খালী পদৰ সংখ্যাঃ সাতটা।

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ।

দৰমহাঃ মাহিলী ৪১ হেজাৰ টকাৰ পৰা ৭৫ হেজাৰ টকা।

চাকৰিৰ স্থানঃ শিলচৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৯-২০২০।

বয়সৰ সীমাঃ বয়সৰ কোনো ধৰাবন্ধা সীমা নাই।

আবেদনঃ কেৱল অনলাইন আবেদন জনাব লাগিব।আগ্ৰহী প্ৰাৰ্থীয়ে choudhury_somnath@ongc.co.in/ Chakrabarty_Alimita@ongc.co.in-লৈ অহা ২৫ ছেপ্টেম্বৰৰ ভিতৰত আবেদন প্ৰেৰণ কৰিব লাগিব। আবেদনৰ সৈতে মেট্ৰিকৰ পৰা আৰম্ভ কৰি শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা আদিৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপি পঠিয়াব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ এন এইচ এমৰ প্ৰধানমন্ত্ৰী আৰোগ্যমিত্ৰ নিযুক্তি

Next Story