Begin typing your search above and press return to search.
অ' এন জি চিত চিকিত্সা বিষয়াৰ পদখালী
অ’ এন জি চিয়ে চিকিত্সা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

মুঠ খালী পদৰ সংখ্যাঃ সাতটা।
শিক্ষাগত অৰ্হতাঃ এম বি বি এছ।
দৰমহাঃ মাহিলী ৪১ হেজাৰ টকাৰ পৰা ৭৫ হেজাৰ টকা।
চাকৰিৰ স্থানঃ শিলচৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৯-২০২০।
বয়সৰ সীমাঃ বয়সৰ কোনো ধৰাবন্ধা সীমা নাই।
আবেদনঃ কেৱল অনলাইন আবেদন জনাব লাগিব।আগ্ৰহী প্ৰাৰ্থীয়ে choudhury_somnath@ongc.co.in/ Chakrabarty_Alimita@ongc.co.in-লৈ অহা ২৫ ছেপ্টেম্বৰৰ ভিতৰত আবেদন প্ৰেৰণ কৰিব লাগিব। আবেদনৰ সৈতে মেট্ৰিকৰ পৰা আৰম্ভ কৰি শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা আদিৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপি পঠিয়াব লাগিব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ এন এইচ এমৰ প্ৰধানমন্ত্ৰী আৰোগ্যমিত্ৰ নিযুক্তি
Next Story