Begin typing your search above and press return to search.
এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে অ' এন জি চিৰ আবেদন আহ্বান
অ’ এন জি চিয়ে এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ
ট্ৰেড এপ্ৰেণ্টিচ/ টেকনিচিয়ান এপ্ৰেণ্টিচ।
খালী পদৰ সংখ্যাঃ ৪১৮টা।
বয়সৰ সীমাঃ ১৭-০৮-২০২০ত সৰ্বনিম্ন ১৮ বছৰ আৰু সৰ্বোচ্চ ২৪ বছৰ। আবেদনকাৰীৰ জন্ম ১৭-০৮-১৯৯৬ৰ পৰা ১৭-০৮-২০০২ৰ ভিতৰত হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ লাভ কৰা নম্বৰ আৰু মেধা ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।
আবেদন জনোৱাৰ বাবে www.ongcapprentices.ongc.co.in চাওক। অহা ১৭ আগষ্টৰ সন্ধিয়া ৬ বজালৈ আবেদন গ্ৰহণ কৰা হব।
আৰু পঢ়িব পাৰেঃ কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ত চাকৰি
Next Story