পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত নিযুক্তি ২০২০

পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত নিযুক্তি ২০২০
Published on: 

পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত নিযুক্তি ২০২০

পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত শিক্ষকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: বিষয় শিক্ষক( পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, বুৰঞ্জী)

শিক্ষাগত অৰ্হতা: প্ৰশিক্ষত স্নাতক শিক্ষাকৰ ক্ষেত্রত নূন্যতম স্নাতক

উৰ্ত্তীণ হব লাগিব/ বি.এড ডিগ্ৰী।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে মেট্ৰিকৰ পৰী আৰম্ভ কৰি আৱশ্যকীয় নথিপত্ৰসহ অহা ৭ মাৰ্চৰ ভিতৰত পোৱাকৈ আবেদন কৰিব লাগিব। আবেদনসমূহ mvmguwahati2@mssmail.org মেইলত পঠিয়াব লাগিব।

সৱিশেষ জানিবলৈ ৯৮৬৪০-১৭৫৮৬ আৰু ৬০০০৪-২২১০৫ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

আবেদনৰ শেষ তাৰিখ: ০৭/০৩/২০২০

সৱিশেষ জানিবলৈ: https://maharishividyamandir.com/

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com