Begin typing your search above and press return to search.

পেঞ্চন পুঁজি নিয়ন্ত্ৰণ-বিকাশ কৰ্তৃপক্ষৰ চাকৰিৰ আবেদন আহ্বান

পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু বিকাশ কৰ্তৃপক্ষ(পি এফ আৰ ডি এ)-ই নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পেঞ্চন পুঁজি নিয়ন্ত্ৰণ-বিকাশ কৰ্তৃপক্ষৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-14T20:44:13+05:30

পদসমূহঃ

সহকাৰী প্ৰৱন্ধক(সাধাৰণ)

খালী পদৰ সংখ্যাঃ ৩টা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাত স্নাতকোত্তৰ ডিগ্ৰী। অথবা আইনৰ স্নাতক নতুবা অভিযান্ত্ৰিক ডিগ্ৰী।

সহকাৰী প্ৰৱন্ধক(আইন)

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ আইনৰ স্নাতক ডিগ্ৰী।

বয়সৰ সীমাঃ ২০২০ৰ ৩০ এপ্ৰিলত সৰ্বোচ্চ ৩০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ www.pfrda.org.in চাওক।

আৰু চাব পাৰেঃ নিয়োগ আৰু মূল্যায়ন কেন্দ্ৰৰ আবেদন আহ্বান

Next Story