Begin typing your search above and press return to search.

পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত চিভিল অভিযন্তা নিযুক্তি

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চিভিল অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত চিভিল অভিযন্তা নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-28T18:41:26+05:30

পদৰ নামঃ সহকাৰী চিভিল অভিযন্তা

খালী পদৰ সংখ্যাঃ ২২২টা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ, অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ৩০হেজাৰ টকাৰ পৰা ১,১০,০০০টকা।

কনিষ্ঠ অভিযন্তা(চিভিল)

খালী পদৰ সংখ্যাঃ ৩৪৪টা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ, অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

আবেদন এ পি এছ চিৰ ৱেবছাইট www.apsc.nic.in-ৰ পৰা ডাউনলোড কৰিব পাৰিব।

ঠিকনাঃ Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati-781022.

সবিশেষ জানিবলৈ www.apsc.nic.in চাওক।

চাকৰিৰ বাবে আৰু চাব পাৰেঃ সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

Next Story