Begin typing your search above and press return to search.

অসমৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত কনিষ্ঠ সহায়ক নিযুক্তি

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসমৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত কনিষ্ঠ সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-08-31T18:56:51+05:30

খালী পদৰ সংখ্যাঃ ১০টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ দিছপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৯-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Secretariat Administration Department Assam, Dispur, Guwahati-6.।

আৰু চাব পাৰেঃ সম্প্ৰসাৰণ বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান

Next Story