Begin typing your search above and press return to search.

প্ৰেছ ইনফৰমেচন ব্যুৰ'ত ছ'চিয়েল মিডিয়া এক্সপাৰ্টৰ প্ৰয়োজন

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৱে ছ’চিয়েল মিডিয়া এক্সপাৰ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

প্ৰেছ ইনফৰমেচন ব্যুৰত ছচিয়েল মিডিয়া এক্সপাৰ্টৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2020 1:09 PM GMT

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৩৬হেজাৰ টকা।

চাকৰিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৯-২০২০।

আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব। আবেদন জনোৱাৰ বাবে www.becil.com চাওক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ নাবাৰ্ডত সহকাৰী প্ৰৱন্ধক(উন্নয়ন)নিযুক্তি

Next Story