Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২২ - প্ৰকল্প সহকাৰীৰ পদখালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে প্ৰকল্প সহকাৰীৰ খালী পদৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২২ - প্ৰকল্প সহকাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2021 9:22 AM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৯৪চনত। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পদ খালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে প্ৰকল্প সহকাৰীৰ খালী পদৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহকাৰী

খালী পদ

০২

দৰমহা

৫০,০০০/- টকা প্ৰতি মাহে

পদৰ সময়সীমা

১১মাহ

বাছনি প্ৰক্ৰিয়া

অনলাইন সাক্ষাৎকাৰ

অন্তিম তাৰিখ

০৮ জানুৱাৰী ২০২২

সাক্ষাৎকাৰৰ তাৰিখ

১০ জানুৱাৰী ২০২২

ৱেবছাইট

iitg.ac.in


শিক্ষাগত অৰ্হতা :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান/ অভিযান্ত্ৰিক বিভাগত Ph. D ডিগ্ৰীধাৰী হ'ব লাগিব।


আৱেদন দাখিল কৰিবলৈ তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক :

• অফিচিয়েল ৱেবচাইট iitg.ac.in লৈ যাওঁক

• ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• প্ৰকল্প সহকাৰী পদৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰীক্ষা কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• আৱেদন মাছুল পৰিশোধ কৰক (যদিহে প্ৰযোজ্য) আৰু আপোনাৰ আৱেদন পত্ৰ nano_off@iitg.ernet.in লৈ অন্তিম তাৰিখ ০৮ জানুৱাৰী ২০২২ৰ পূৰ্বে প্ৰেৰণ কৰক।


আৰু পঢ়ক : ক্লাইমেট গ্ৰুপত নিযুক্তি ২০২১ - ষ্টেট ক্লাইমেট ফেল্ল'ৰ পদ খালী


Next Story
চাকৰি