Begin typing your search above and press return to search.

বেংক মেডিকেল কনছালটেণ্ট নিযুক্তিৰ বাবে ৰিজাৰ্ভ বেংকৰ আবেদন আহ্বান

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

বেংক মেডিকেল কনছালটেণ্ট নিযুক্তিৰ বাবে ৰিজাৰ্ভ বেংকৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2021 12:27 PM GMT


ৰিজাৰ্ভ বেংকৰ বিষয়ে - ভাৰতীয় ৰিজাৰ্ভ বেংক হৈছে দেশৰ কেন্দ্ৰীয় বেংক আৰু ই কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত কাৰ্য-পৰিচালনা কৰে। ৰিজাৰ্ভে অন্যান্য বেংকসমূহ নিয়ন্ত্ৰণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ত স্থাপিত হয়। ৰিজাৰ্ভ বেংকে নোট আৰু মুদ্ৰা কৰে, বিভিন্ন বেংকক যোগান ধৰে আৰু নিয়ন্ত্ৰণ কৰে। নোট আৰু মুদ্ৰা মুদ্ৰণৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নোট মুদ্ৰণ শীৰ্ষক এটা বিশেষীকৃত শাখা আছে।

শেহতীয়াভাবে ৰিজাৰ্ভ বেংকে বেংক মেডিকেল কনছালটেণ্ট নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে।


পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদৰ নাম

বেংক মেডিকেল কনছালটেণ্ট

খালী পদ

০১ টা

আবেদনৰ পদ্ধতি

অফলাইন।

দৰমহা

প্ৰতি ঘণ্টাত ১,০০০টকা।

আবেদনৰ অন্তিম তাৰিখ

২৬ নৱেম্বৰ, ২০২১।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।


পদৰ নাম

শিক্ষাগত অৰ্হতা

বেংক মেডিকেল কনছালটেণ্ট

এম চি আইৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা এম বি বি এছ। তদুপৰি হাস্পতাল বা ক্লিনিকত চিকিত্সা সেৱা আগবঢ়োৱাৰ ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

কেনেদৰে আবেদন জনাব: আবেদন জৱোনাৰ সময়ত প্ৰথমে ৰিজাৰ্ভ বেংকৰ ৱেবছাইট rbi.org.in চাব। ৱেবছাইটত Recruitment বা Careers অপচন চাব। ৱেবছাইটৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰিব। আবেদন পত্ৰ পূৰণৰ পূৰ্বে শেষ তাৰিখ চাব। নথিপত্ৰৰ স্ব-প্ৰত্যায়িত কপিসহ আবেদন পত্ৰ অহা ২৬ নৱেম্বৰৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব।



আৰু চাব পাৰেঃ এন এফ এলত মেনেজমেন্ট ট্ৰেইনী (মাৰ্কেটিং আৰু এইচ আৰ) নিযুক্তি

Next Story
চাকৰি