ডি চি ই টি অসমত, ইনষ্ট্ৰাকটৰ/ ৱৰ্কচপ এটেণ্ডেণ্টৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল
ডি চি ই টি অসমত, ইনষ্ট্ৰাকটৰ/ ৱৰ্কচপ এটেণ্ডেণ্টৰ পদখালী

ডি চি ই টি অসমত পদখালী :

সংস্থাপন আৰু শিল্পকৰ সঞ্চালকালয় প্ৰশিক্ষণ কেন্দ্ৰ, অসমত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) মহিলা, নলবাৰীত উপযুক্ত প্ৰাৰ্থী সকলক বিভিন্ন ইনষ্ট্ৰাকটৰ আৰু ৱৰ্কচপ এটেন্দেণ্টৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ নাম

ইনষ্ট্ৰাকটৰ কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰামিং এছিচটেণ্ট (COPA) ট্ৰেড

ইনষ্ট্ৰাকটৰ কস্মেটোলজী ট্ৰেড

ইনষ্ট্ৰাকটৰ ছেক্ৰেটেৰিয়েল প্ৰেকটিচ ট্ৰেড

খালী পদৰ সংখ্যা

০১

০১

০১

বয়স

উল্লেখ নাই

উল্লেখ নাই

উল্লেখ নাই

দৰমহা

১৪,০০০/- টকা, (মাহিলি)

১৪,০০০/- টকা, (মাহিলি)

১৪,০০০/- টকা, (মাহিলি)

পদৰ অৱস্থান

নলবাৰী

আবেদন দাখিলৰ অন্তিম তাৰিখ

১৭/১১/২০২১

আবেদনৰ মাছুল

নিল

শিক্ষাগত অৰ্হতা :

ইনষ্ট্ৰাকটৰ কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰামিং এছিচটেণ্ট (COPA) ট্ৰেড

চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবিদ্যা বিভাগত বি. ভক./ ডিগ্ৰী লগতে উদ্যোগিক/ প্ৰশিক্ষণ/ শৈক্ষিক অনুষ্ঠানত ১বছৰীয়া অভিজ্ঞতা।

বা

কম্পিউটাৰ বিজ্ঞান/ কম্পিউটাৰ এপ্লিকেচন/ জ্ঞান প্ৰযুক্তিবিদ্যা/ NIELIT B স্তৰত স্নাতকোত্তৰ উত্তীৰ্ণ আৰু লগতে ১বছৰীয়া অভিজ্ঞতা।

বা

কম্পিউটাৰ বিজ্ঞান/ কম্পিউটাৰ এপ্লিকেচন/ জ্ঞান প্ৰযুক্তিবিদ্যা/ NIELIT B স্তৰত স্নাতোত্তৰ উত্তীৰ্ণ আৰু লগতে ২বছৰীয়া অভিজ্ঞতা।

বা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিদ্যালয়/ বোৰ্ডৰ পৰা দ্বাদশ শ্ৰেণী বা সমান্তৰাল বিষয়ত উত্তীৰ্ণ।

• নেচনেল এপেৰেন্তিচ চাৰ্টিফিকেট উত্তীৰ্ণ/ চি. অ.পি.এ. ট্ৰেড, নেচনেল এপেৰেন্তিচ চাৰ্টিফিকেট লগতে ৩বছৰীয়া উদ্যোগিক/ শৈক্ষিক অভিজ্ঞতা।

• এন.চি. ভি.টি. ৰ পৰা প্ৰাসংগিক ট্ৰেড বিষয়ত ক্রাফট ইনষ্ট্ৰাকটৰ প্ৰমাণপত্ৰ আকাংক্ষিত।

ইনষ্ট্ৰাকটৰ কস্মেটোলজী ট্ৰেড

প্ৰাসংগিক বিষয়ত চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি. ভক./ ডিগ্ৰী ধাৰী।

বা

প্ৰাসংগিক বিষয়ত চৰকাৰী স্বীকৃতি প্ৰাপ্ত শিক্ষাগত অনুষ্ঠানৰ পৰা বিউটি কালচাৰ/ কস্মেটলজী বিভাগত ২বছৰীয়া ডিপ্লোমা বা ডি. জি. টি. ৰ পৰা প্ৰাসংগিক বিষয়ত অদ্ভান্স ডিপ্লোমা লগতে প্ৰাসংগিক বিষয়ত ২বছৰীয়া অভিজ্ঞতা।

বা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিদ্যালয়/ বোৰ্ডৰ পৰা দ্বাদশ শ্ৰেণী বা সমান্তৰাল বিষয়ত উত্তীৰ্ণ।

• নেচনেল এপেৰেন্তিচ চাৰ্টিফিকেট উত্তীৰ্ণ/ চি. অ.পি.এ. ট্ৰেড, নেচনেল এপেৰেন্তিচ চাৰ্টিফিকেট লগতে ৩বছৰীয়া উদ্যোগিক/ শৈক্ষিক অভিজ্ঞতা।

• এন.চি. ভি.টি. ৰ পৰা প্ৰাসংগিক ট্ৰেড বিষয়ত ক্রাফট ইনষ্ট্ৰাকটৰ প্ৰমাণপত্ৰ আকাংক্ষিত।



চৰকাৰী স্বীকৃতি প্ৰাপ্ত শিক্ষাগত অনুষ্ঠানৰ পৰা বি. ভক/ বাণিজ্য বা ক'লা বিভাগত ডিগ্ৰী (লগতে স্বৰ্ত হেণ্ড টাইপিং), লগতে প্ৰাসংগিক বিষয়ত ১বছৰীয়া অভিজ্ঞতা।

বা

কমাৰচিয়েল প্ৰেক্টিচ বিষয়ত চৰকাৰী স্বীকৃতি প্ৰাপ্ত শিক্ষাগত অনুষ্ঠানৰ পৰা বিউটি কালচাৰ/ কস্মেটলজী বিভাগত ২বছৰীয়া ডিপ্লোমা বা ডি. জি. টি. ৰ পৰা অদ্ভান্স ডিপ্লোমা (ভোকেচনেল) লগতে প্ৰাসংগিক বিষয়ত ২বছৰীয়া অভিজ্ঞতা।

বা

ছেক্ৰেটেৰিয়েল প্ৰেক্টিচ বিষয়ত এন.টি.চি./ এন. এ.চি. উত্তীৰ্ণ লগতে ৩বছৰীয়া অভিজ্ঞতা। এন.চি. ভি.টি. ৰ পৰা প্ৰাসংগিক ট্ৰেড বিষয়ত ক্রাফট ইনষ্ট্ৰাকটৰ প্ৰমাণপত্ৰ আকাংক্ষিত।

ইনষ্ট্ৰাকটৰ ড্ৰাউটছমেন (চিভিল) ট্ৰেড

চৰকাৰী স্বীকৃতি প্ৰাপ্ত শিক্ষাগত অনুষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিভাগত বি. ভক/ ডিগ্ৰী লগতে প্ৰাসংগিক বিষয়ত ১বছৰীয়া অভিজ্ঞতা।

বা

এ আই চি টি ই/ চৰকাৰী স্বীকৃতি প্ৰাপ্ত টেকনিকেল এডুকেশ্বন বা প্ৰাসংগিক এডভান্সড ডিপ্লোমা বা ডি. জি. টি. ৰ পৰা প্ৰাসংগিক বিষয়ত অদ্ভান্স ডিপ্লোমা লগতে প্ৰাসংগিক বিষয়ত ২বছৰীয়া অভিজ্ঞতা।

বা

ড্ৰাউটছমেন চিভিল বিষয়ত এন টি চি/ এন এ চি উত্তীৰ্ণ লগতে প্ৰাসংগিক ক্ষেত্ৰত ৩বছৰীয়া অৰ্হতা।


এন.চি. ভি.টি. ৰ পৰা প্ৰাসংগিক ট্ৰেড বিষয়ত ক্রাফট ইনষ্ট্ৰাকটৰ প্ৰমাণপত্ৰ আকাংক্ষিত। 

ৱৰ্কচপ এটেন্দেণ্ট

স্বীকৃতি প্ৰাপ্ত বিদ্যালয়ৰ পৰা অষ্টম শ্ৰেণী উত্তীৰ্ণ। টেকনিকেল এপ্তিটিউদ আৰু কৰ্ম অভিজ্ঞতা থকা সকলক প্ৰাধান্য দিয়া হ'ব।

আৱেদন প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ কৰ্তৃপক্ষৰ সন্মুখত প্ৰমাণ পত্ৰ সমূহৰ প্ৰকৃত প্ৰতিলিপি, অভিজ্ঞতা মানপত্ৰ, লগতে প্ৰমাণপত্ৰ সমূহৰ স্বাক্ষৰ যুক্ত প্ৰতিলিপি , ২কপি পাছপৰ্ট ফটো আৰু হাতেলিখা বায়ডাটা সহ উপস্থিত হ'ব লাগিব।

ঠিকনা : সংস্থাপন আৰু শিল্পকৰ সঞ্চালকালয় প্ৰশিক্ষণ কেন্দ্ৰ, অসম, ৰেহাবাৰী, গুৱাহাটী ০৮

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com