ৰেজিঅনেল ইনচটিউট অৱ মেডিকেল চাইন্স, মণিপুৰত নিযুক্তি ২০২০

ৰেজিঅনেল ইনচটিউট অৱ মেডিকেল চাইন্স, মণিপুৰত নিযুক্তি ২০২০
Published on: 

ৰেজিঅনেল ইনচটিউট অৱ মেডিকেল চাইন্স, মণিপুৰত নিযুক্তি ২০২০

ৰেজিঅনেল ইনচটিউট অৱ মেডিকেল চাইন্স, মণিপুৰত প্ৰজেক্ট “Advance Medical Oncology Diagnostic Services (DIAMOnDS) under H r A in Pilot Research Project” ৰ বাবে ৰিচাৰ্চ এচিচটেন্ট পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম : ৰিচাৰ্চ এচিচটেন্ট

পদৰ সংখ্যা: ০১

দৰমহা: ৩১,০০০/- প্ৰতি মাহ

আবেদনৰ শেষ তাৰিখ- ১০/০২/২০২০

ঠিকনা: Office Of the Director, RIMS Imphal

নিৰ্বাচন প্ৰক্ৰিয়া: ৱাক্-ইন-ইন্টাৰভিউ ( কোনো TA/DA প্ৰদান কৰা নহব)

কেনেদৰে আবেদন কৰিব: পাছপোৰ্ট ফটোৰ সৈতে নিজৰ বাইঅ' ডাটা শিক্ষাগত অৰ্হতা, অভিজ্ঞতা, আদি প্ৰয়োজনীয় নথিপত্ৰ সমূহ স্ব-স্বাক্ষৰ কৰি the Office Of the Director, RIMS, Imphal ঠিকনাত ১০/০২/২০২০ তাৰিখৰ ৪:০০ বজাৰ ভিতৰত পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com