ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থানত (NIT), আগৰতলা ত নিযুক্তি ২০২০

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থানত (NIT), আগৰতলা ত নিযুক্তি ২০২০

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থানত (NIT), আগৰতলা ত নিযুক্তি ২০২০

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থানত (NIT), আগৰতলা ত সহকাৰী অধ্যাপকৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰা হৈছে।

পদৰ নাম: সহকাৰী অধ্যাপক

পদৰ সংখ্যা: ৫৮

কৰ্ম স্থান: আগৰতলা

ঠিকনা: National Institute of Technology Agartala, Tripura, India, Pin -799046

নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/সাক্ষাৎকাৰ :

** ইচ্ছুক প্ৰাৰ্থী সকলে অনলাইন যোগে আবেদন কৰিব লাগিব। ২৫/০২/২০২০ৰ ভিতৰত আবেদন ৰ লগত শিক্ষাগত অৰ্হতা, অভিজ্ঞতা, প্ৰষোজনীয় নথিপত্ৰসমূহ ৰ সমূহ জমা কৰিব লাগিব। প্ৰাৰ্থী সকলে (http://www.nita.ac.in/) ৱেবচাইটত ত অনলাইন আবেদন কৰিব পাৰিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com