ৰিজিয়নেল মেডিকেল ৰিচাৰ্ছ চেন্টাৰ, উত্তৰ পূৰ্বাঞ্চলৰ নিযুক্তি

ৰিজিয়নেল মেডিকেল ৰিচাৰ্ছ চেন্টাৰ, উত্তৰ পূৰ্বাঞ্চলৰ নিযুক্তি

ৰিজিয়নেল মেডিকেল ৰিচাৰ্ছ চেন্টাৰ, উত্তৰ পূৰ্বাঞ্চলৰ নিযুক্তি ।

পদৰ নাম : এচিচটেন্ট লাইব্ৰেৰী আৰু ইনফৰমেছন অফিচাৰ

পদৰ সংখ্যা: ০১

দৰমহা : ৪৪,৯০০ ৰ পৰা ১,৪২,৪০০ প্ৰতিমাহে

চাকৰি স্থান: ডিব্ৰুগড়

অন্তিম তাৰিখ: ৩০/০১/২০২০

আৱেদনৰ মাছুল: ৩০০

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা

আৱেদনৰ বাবে তথ্য :

১)বিগত ৫ বছৰৰ এ পি এ আৰৰ মূল ফটোকপি

২)সতৰ্কতা মঞ্জুৰী পত্ৰ

৩)১০ বছৰৰ পৰা কোনো সৰু/ডাঙৰ জৰিমণাত অন্তৰ্ভুক্ত নোহোৱাৰ পত্ৰ

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : এপেক্স‌ বেংকত নিযুক্তি ২০২০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com