এপেক্স‌ বেংকত নিযুক্তি ২০২০

এপেক্স‌ বেংকত নিযুক্তি ২০২০

এপেক্স‌ বেংকত নিযুক্তি ২০২০

এপেক্স বেংকে জেনেৰেল মেনেজাৰ, ডিপ্যুটি জেনেৰেল মেনেজাৰ পদৰ বাবে নিযুক্তিৰ ঘোষনা কৰিছে । এই পদৰ বাবে চি এ, চি এছ , এম বি এ, পি জি ডি এম আৰু যি কোনো স্নাতকোত্তৰ লোকে আৱেদন কৰিব পাৰিব ।

পদৰ নাম - জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা - ২

দৰমহা - ৪৪,৫১০ ৰ পৰা ৯৬,৭৭০ প্ৰতিমাহে

চাকৰি স্থান - গুৱাহাটী

অন্তিম তাৰিখ - ১০/০২/২০২০

পদৰ নাম- ডেপুটী জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা- ৩

দৰমহা - ৩৯,৮৯০ ৰ পৰা ৯২,২১০ প্ৰতিমাহে

চাকৰি স্থান- গুৱাহাটী

অন্তিম তাৰিখ- ১০/০২/২০২০

ঠিকনা- কোৰ্পাৰেটিভ এপেক্স বেংক এল টি ডি , এইচ অ' , পানবজাৰ , এইচ বি ৰোড , গুৱাহাটী-৭৮১০০১ , কামৰূপ (এম)

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com