NIRDPR নিযুক্তি ২০২২ - পঞ্জীয়ক আৰু পৰিচালকৰ পদ খালী

গ্ৰামীণ উন্নয়ন আৰু পঞ্চায়ত ৰাজ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত পঞ্জীয়ক আৰু পৰিচালকৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে
NIRDPR নিযুক্তি ২০২২ - পঞ্জীয়ক আৰু পৰিচালকৰ পদ খালী
Published on

এন আই আৰ ডি পি আৰ :

গ্ৰামীণ উন্নয়ন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত পৰিচালিত গ্ৰামীণ উন্নয়ন আৰু পঞ্চায়ত ৰাজ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান হৈছে এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান। ই হৈছে গ্ৰামীণ উন্নয়ন আৰু পঞ্চায়ত ৰাজৰ  এখন আগ শৰীৰ প্ৰতিষ্ঠান। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰতিষ্ঠানত UN- ESCAP চেণ্টাৰ অফ এক্সেলেন্স সন্মানেৰে সন্মানিত কৰা হয়। এই প্ৰতিষ্ঠানৰ দ্বাৰা গ্ৰামীণ উন্নয়ন কৌশল, পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচন, বেংকাৰ, NGO, গৱেষণা আৰু পৰামৰ্শ আদিৰ দৰে উন্নয়ন কাৰ্য্য হাতত লোৱা হয়। এই প্ৰতিষ্ঠান, তেলেংগানা ৰাজ্যৰ, হাইদৰাবাদt3 অৱস্থিত।

গ্ৰামীণ উন্নয়ন আৰু পঞ্চায়ত ৰাজ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত পদ খালী :

গ্ৰামীণ উন্নয়ন আৰু পঞ্চায়ত ৰাজ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত শেহতীয়া ভাৱে পঞ্জীয়ক আৰু পৰিচালকৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম 

পঞ্জীয়ক আৰু পৰিচালক

খালী পদ

০১ 

বয়স

গ্ৰামীণ উন্নয়ন আৰু পঞ্চায়ত ৰাজ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ অফিচিয়েল অধিসূচনা অনুসৰি অধিকতম বয়স ৫৬বছৰ 

দৰমহা 

৩৭,৪০০ - ৬৭,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

হাইদৰবাদ - তেলেংগানা

শিক্ষাগত অৰ্হতা :

গ্ৰামীণ উন্নয়ন আৰু পঞ্চায়ত ৰাজ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ অফিচিয়েল অধিসূচনা অনুসৰি।

অভিজ্ঞতা :

কৰ্মচাৰী আৰু প্ৰশাসনিক বিভাগত, গ্ৰুপ এ সেৱাত নূন্যতম ৫বছৰীয়া অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত আৱেদন দাখিল কৰিব পৰিব। প্ৰাৰ্থী সকলে নিজৰ আৱেদন, সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ গ্ৰামীণ উন্নয়ন মন্ত্ৰালয়, গ্ৰামীণ বিকাশ বিভাগ, ৪বি, ইউ জি, ইণ্ডিয়া হেবিতেট চেণ্টাৰ, লোধি পথ, নতুন দিল্লী ১১০০০৩লৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com